mankacharnews.com

mankacharnews.com NEWS & INFORMATION
(1)

মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত কালি দক্ষিণ শালমাৰা-মানকাচৰ জিলা অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাই ৩ ঘণ্টী...
12/09/2025

মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত কালি দক্ষিণ শালমাৰা-মানকাচৰ জিলা অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

পেন্সনৰ সমস্যা, বকেয়া ধন আদায়া, ৩০০ দিনৰ ছুটীৰ দৰমহা বিচাৰি ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

হাটশিঙিমাৰীত PoSH আইনৰ ওপৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্মৰত  কৰ্মচাৰীক প্ৰশিক্ষণ শিবিৰ২০১৩ চনত গৃহত হোৱা কৰ্মক্ষেত্ৰ...
12/09/2025

হাটশিঙিমাৰীত PoSH আইনৰ ওপৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক প্ৰশিক্ষণ শিবিৰ

২০১৩ চনত গৃহত হোৱা কৰ্মক্ষেত্ৰত মহিলাক যৌন নিৰ্যাতন, প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইনৰ ওপৰত অনুষ্ঠিত কৰা হয় এই প্ৰশিক্ষণ শিবিৰ

২০২৫  বৰ্ষৰ তৃতীয় লোক আদালতৰ বাবে সাঁজু দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰী ।কাইলৈ দেশজুৰি অনুষ্ঠিত হ'ব লোক ...
12/09/2025

২০২৫ বৰ্ষৰ তৃতীয় লোক আদালতৰ বাবে সাঁজু দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰী ।

কাইলৈ দেশজুৰি অনুষ্ঠিত হ'ব লোক আদালত ।

11/09/2025

অহা শনিবাৰ দেশজুৰি অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালাত

লোক আদালতৰ বাবে হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ ব্যাপক প্ৰস্তুতি

গোচৰ মিমাংসা, নিস্পত্তিৰ বাবে সকলোকে উপস্থিত থকাৰ আহ্বান জিলা আইন সেৱা প্ৰাধিকাৰীৰ

ভাৰত-বাংলাদেশ সীমান্তত ৪১ লাখ টকাৰ সোন আৰু ১০৮ কেজি ভাং সহ গ্ৰেপ্তাৰ এজনবিএছএফে আটক কৰিছে সৰবৰাহকাৰীটোক১৩৮ নং বেটেলিয়ান ...
11/09/2025

ভাৰত-বাংলাদেশ সীমান্তত ৪১ লাখ টকাৰ সোন আৰু ১০৮ কেজি ভাং সহ গ্ৰেপ্তাৰ এজন

বিএছএফে আটক কৰিছে সৰবৰাহকাৰীটোক

১৩৮ নং বেটেলিয়ান বিএছএফৰ হাতত কৰায়ত্ব হৈছে সৰবৰাহকাৰীটো

ইতিমধ্যে গতাই দিয়া হৈছে আৰক্ষীক

চুবুৰীয়া পশ্চিম বঙ্গৰ কোচবিহাৰ এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এই ঘটনা

11/09/2025

হাটশিঙিমাৰীত অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

11/09/2025

হাটশিঙিমাৰীত PoSH আইনৰ ওপৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্মৰত পুৰুষ-মহিলা কৰ্মচাৰীৰ প্ৰশিক্ষণ শিবিৰ ।

11/09/2025

যুৱক জনক সহায় কৰো আহক !

হাটশিঙিমাৰীত এটা হেলমেট পোৱা গৈছে। কাৰোবাৰ হেৰুৱাইছে যদি 9957388340 নম্বৰত যোগাযোগ কৰিব পাৰে।
11/09/2025

হাটশিঙিমাৰীত এটা হেলমেট পোৱা গৈছে। কাৰোবাৰ হেৰুৱাইছে যদি 9957388340 নম্বৰত যোগাযোগ কৰিব পাৰে।

মানকাচৰৰ ৮০ বছৰীয়া মৃন্ময় শিল্পী সুনিল  পাল সৰুৰে পৰা বিভিন্ন পূজাৰ প্ৰতিমা সাজি আহিছে।এইবাৰ বিশ্বকৰ্মা পজাৰ বাবে ৫০ টা ...
11/09/2025

মানকাচৰৰ ৮০ বছৰীয়া মৃন্ময় শিল্পী সুনিল পাল সৰুৰে পৰা বিভিন্ন পূজাৰ প্ৰতিমা সাজি আহিছে।

এইবাৰ বিশ্বকৰ্মা পজাৰ বাবে ৫০ টা আৰু দুৰ্গা পূজাৰ বাবে ৯ টা প্ৰতিমা তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে।

ফুলবাৰীৰ পৰা ছেবলটাৰী ঘাট হৈ ধুবুৰীলৈ যাব পাৰিব মাত্ৰ ১ ঘণ্টাত । ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ L&T পথেৰে যাব পাৰিব ধুবু...
11/09/2025

ফুলবাৰীৰ পৰা ছেবলটাৰী ঘাট হৈ ধুবুৰীলৈ যাব পাৰিব মাত্ৰ ১ ঘণ্টাত ।

ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ L&T পথেৰে যাব পাৰিব ধুবুৰী

09/09/2025

মানকাচৰৰ কালাপানীত ১৪ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ !

শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন হব শিক্ষক আবেৰ আলী !

Address

Mankachar
783135

Alerts

Be the first to know and let us send you an email when mankacharnews.com posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to mankacharnews.com:

Share