MH Entertainment

MH Entertainment Creative commons Enjoy

কোনো একটা সময়ের পর যদি বুঝতে পারেন, সম্পর্কটা আগের মতো নেই, আপনার কথা আগের মতো গুরুত্ব পায় না, আপনার অভিমান কাউকে আর ভাব...
23/08/2026

কোনো একটা সময়ের পর যদি বুঝতে পারেন, সম্পর্কটা আগের মতো নেই, আপনার কথা আগের মতো গুরুত্ব পায় না, আপনার অভিমান কাউকে আর ভাবায় না, তখন একটু থেমে নিজেকেই প্রশ্ন করুন, এভাবে থেকে যাওয়াটা কি সত্যিই দরকার?

সব সম্পর্ক ধরে রাখতে হয় না। কিছু সম্পর্ককে ছেড়ে দিতে হয়, কারণ ভালোবাসা ধরে রাখার নামে নিজেকে প্রতিদিন ছোট করতে থাকলে একসময় নিজের কাছেই নিজের মূল্য কমে যায়।

আপনি কারও কাছে ভালোবাসা চাইতে পারেন, সময় চাইতে পারেন, যত্ন চাইতে পারেন। কিন্তু সম্মানটা ভিক্ষা করে নিতে হয় এমন কোনো সম্পর্ক আপনার জন্য নয়। যে মানুষটা আপনাকে বারবার বুঝিয়ে দেয় আপনি তার কাছে কতটা অপ্রয়োজনীয়, তার কাছে নিজের জায়গাটা বোঝাতে গিয়ে বারবার নিজেকে ভাঙারও কোনো মানে নেই।
কিছু মানুষকে হারানো কষ্টের, কিন্তু নিজেকে হারিয়ে কাউকে ধরে রাখা তার চেয়েও বেশি কষ্টের।

তাই যেখানে আপনার উপস্থিতির মূল্য নেই, সেখানে অভিমান করে পড়ে না থেকে চুপচাপ সরে আসুন। কাউকে দোষ দেওয়ার দরকার নেই, নিজের ভালো থাকার জন্য সব সম্পর্কের শেষটাও সুন্দর হতে হয় না।

মনে রাখবেন, একা থাকা কখনো কখনো নিঃসঙ্গতার নয়, বরং আত্মসম্মানের সিদ্ধান্ত। কারণ জীবনে এমন একজন মানুষ হয়ে বাঁচা অনেক ভালো, যে নিজের পাশে নিজে দাঁড়াতে পারে; এমন কারও পাশে নয়, যার কাছে থেকেও প্রতিদিন নিজেকে একা মনে হয়। 🩶
✍️ মনোৱাৰ হুছেইন।
দক্ষিণ শালমাৰা মানকাচৰ (চোমৰাশালী)

পৰীক্ষা এটাত অৱতীৰ্ণ হ'বলৈ বহু দিনৰ পৰা পৰিকল্পনা লাগে। শিক্ষা থাকিলেও পৰীক্ষাত অৱতীৰ্ণ হ'লেই সফল হ'ব নোৱাৰি; তাৰ বাবে ন...
04/05/2026

পৰীক্ষা এটাত অৱতীৰ্ণ হ'বলৈ বহু দিনৰ পৰা পৰিকল্পনা লাগে। শিক্ষা থাকিলেও পৰীক্ষাত অৱতীৰ্ণ হ'লেই সফল হ'ব নোৱাৰি; তাৰ বাবে নিৰ্বাচনৰ দৰেই দীৰ্ঘদিনৰ Consistency (ধাৰাবাহিকতা) লাগে।
কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাৰ উপযুক্ত পৰিকল্পনা আৰু ধাৰাবাহিকতাৰ অভাৱ আছিল।

দুই-তিনি মাহৰ পৰা পঢ়ি হঠাৎ পৰীক্ষাত অৱতীৰ্ণ হ'লেই সফলতা নাহে; ইয়াৰ বাবে সময়ৰ প্ৰয়োজন। তেওঁলোকৰ শিক্ষা আছে, জ্ঞান আছে। অনাগত ৫ বছৰত অধিক সক্ৰিয় হ'লে— Mark my words— তেওঁলোক বহুত বেছি সফল হ'ব।
অনাগত ৫ বছৰত ৰাইজৰ আস্থা লাভ কৰি কাম কৰক।
তেওঁলোক শক্তিশালী নাৰী, গতিকে অভিজ্ঞ হ’লে অনাগত দিনবোৰত যথেষ্ট শক্তিশালী হৈ পৰিব।

❤️🥰

✍️Monowar Hussain

মই OLA চলাওঁ, বেছিভাগ নাইট শ্বিফ্ট। যোৱা সপ্তাহত ৰাতি প্ৰায় ১১ মান বজাত বগা কুৰ্তা চুৰিয়া পিন্ধা এজন বৃদ্ধ মানুহ আহি ম...
30/04/2026

মই OLA চলাওঁ, বেছিভাগ নাইট শ্বিফ্ট। যোৱা সপ্তাহত ৰাতি প্ৰায় ১১ মান বজাত বগা কুৰ্তা চুৰিয়া পিন্ধা এজন বৃদ্ধ মানুহ আহি মোৰ বাহনত বহিল। বগা সাজ পাৰ, দেখাত ক্লান্ত কিন্তু মাত কথাত এক অদ্ভুত দৃঢ়তা। গাড়িত বহিয়ে ক'লে-
"মোক আজি ৫ খন ঠাইলৈ লৈ যাব লাগিব। চহৰৰ মাজতে। তোমাক ৫০০০টকা দিম। কিন্তু ভ্ৰমণ শেষ নোহোৱা লৈকে মোক একো প্ৰশ্ন নকৰিবা।"
কৈয়ে মোৰ হাতত ঠিকনা বোৰ লিখা কাগজ এখন দিলে।

প্ৰথম ষ্টপ...
গুৱাহাটীৰ এখন পুৰণি ঘৰ। তেওঁ গাড়িতে বহি গ্লাছ নমাই অলপ দেৰি সেই ঘৰখনৰ ফালে চাই থাকিল। কিছু চকুলো নিগৰি আহিল তেওঁৰ চকুৰে। মোক পুনৰ যাবলৈ নিৰ্দেশ দিলে।

দ্বিতীয় স্টপ...
এখন প্রাথমিক স্কুল। গেইট বন্ধ। ভিতৰৰ মুকলি পথাৰখন এন্ধাৰ। তেওঁ নামি গৈ গেইট খন লাহে কৈ খুলি ভিতৰলৈ সোমাই গ'ল। ফিল্ডৰ মাজত ওলোমাই থোৱা জুলনা খনত অলপ দেৰি বহি গুচি আহিল।
"ইয়াত মই শিক্ষকতা কৰিছোঁ, ৪৩ বছৰ। জীৱনৰ শ্ৰেষ্ঠ সময় আছিল সেইয়াই।"

তৃতীয় স্টপ....
এটি সৰু পুৰণি কফি হাউচ।
ভিতৰলৈ সোমাই এক কাপ চাহ অর্ডাৰ কৰিলে। চুকৰ টেবুল এখনত অকলে বহি থাকিল। চাহৰ কাপত হাতো নলগালে। কেৱল চাৰিওফালে চাই থাকিল। পোন্ধৰ মিনিট মান পাছত উভতি আহি এটা মিঠা হাঁহিৰে কলে, "ইয়াতেই মোৰ আৰু মিতালীৰ প্ৰথম দেখা।
১৯৬৯ চন।"

চতুর্থ স্টপ...
ভূতনাথ শ্মশান।
তেওঁ নামি গ'ল।
চিতাভস্ম খিনিৰ কাষত থিয় হৈ কিবা ফুচফুচাই কথা অলপ ক'লে। মই দূৰৰ পৰা একো শুনি নাপালোঁ। আধা ঘণ্টা মান তাত ৰৈ উভতি আহিল। চকু কেইটা তেওঁৰ ৰঙচুৱা। "আজি তিনি বছৰ হৈছে, তাই গুচি যোৱাৰ।"

পঞ্চম স্টপ...
এখন ডাঙৰ হস্পিতাল।
গাড়িখন পার্ক কৰিব ক'লে। তাৰপাছত মোৰ ফালে তেওঁ চালে।
“এতিয়া মই এটা কথা কওঁ। মোৰ চতুর্থ স্টেইজ কেন্সাৰ। ডাক্তৰে কৈছে আৰু কেইটামান সপ্তাহ...... হয়তো আৰু কেইটামান দিন। আজি মই মোৰ গোটেই জীৱনটো শেষ বাৰৰ বাবে চাই আহিব বিচাৰিছিলো।"
মই ষ্টিয়াৰিঙত মূৰ নমাই কান্দিব আৰম্ভ কৰিলোঁ।
তেওঁ ক'লে, "ঘৰ খন - যত মই মোৰ সন্তান সকলক ডাঙৰ দীঘল কৰিছোঁ।
স্কুল - যত জীৱনৰ উদ্দেশ্য বিচাৰি পাইছিলোঁ।
কফি হাউচ - যত প্ৰেমত পৰিছিলোঁ।
শ্মশানঘাট—যত তাইক শেষ বিদায় জনাইছিলোঁ। ।
আৰু এই হস্পিটেল— যত আজি মই ভৰ্তি হম। আৰু ঘৰলৈ ওভতা নহয়।"

তেওঁ মোৰ হাতত ৫০০০ টকা গুজি দিলে।
"ধন্যবাদ। তুমি মোক মোৰ জীৱনটোত এবাৰ ফুৰাই আনিলা। মোৰ জীৱনৰ অন্তিম অপৰিচিত মানুহ, যিজনে মোৰ লগত অত্যন্ত ভাল ব্যবহাৰ কৰিলে।"
মই টকা খিনি লব বিচৰা নাছিলোঁ।
তেওঁ জোৰ দি ক'লে, "লোৱা, মোৰ আৰু কাকো দিবলৈ নাই। ল'ৰা ছোৱালীয়ে কথা নাপাতে। বন্ধু বান্ধৱ কোনো নাই। তুমি প্ৰায় ৩ ঘণ্টা সময় দিছা। তিনি ঘণ্টাৰ মানৱিকতা। ইয়াৰ দাম এই সামান্য টকাত কৈ বহু বেছি।"
তেওঁ সৰু চুটকেচ এটা হাতত লৈ ভিতৰলৈ সোমাই গ'ল।

পাছদিনা মই পুনৰ সেই হস্পিটেললৈ গলোঁ, তেওঁৰ খবৰ ললোঁ।
“শ্রী অনিৰুদ্ধ বৰুৱা। কেবিন ৪১২।”
হাতত ফুল লৈ ভিতৰলৈ সোমাই গলো। মোক দেখি তেওঁ এটা মিচিকিয়াই হাঁহি মাৰিলে।
"তুমি আহিছা?"
এনেকৈ এৰি থৈ যাব নোৱাৰিলোঁ।
প্ৰায় দুই ঘণ্টা কথা পাতিলোঁ। তেওঁৰ মিতালী, ছাত্ৰ ছাত্ৰী, তেওঁৰ অভিমানী ল'ৰা ছোৱালীৰ কথা।
প্রতিদিন যোৱা আৰম্ভ কৰিলোঁ। চাহ লৈ যাওঁ। বাতৰি কাকত পঢ়ি শুনাই আহোঁ মাজে মাজে। কেতিয়াবা মনে মনে বহি কেৱল তেওঁৰ কথা শুনি থাকোঁ।

এদিন ক'লে, "ভাবিছিলোঁ অকলেই মৰিম। কিন্তু এতিয়া তুমি আছা। শেষ জীৱনত এজন অচিনাকি মানুহ পৰিয়ালৰ দৰে হৈ গ'ল - এইয়াই মোৰ বাবে আশীৰ্বাদ।"
মই তেওঁৰ হাতখন ধৰিলোঁ।
আপুনি অকলে নহয়।
মঙ্গলবাৰ কাহিলিপুৱা ৩ বাজি ১৭ মিনিটত তেওঁ গুচি গ'ল। মই তেতিয়াও তেওঁৰ হাতখন ধৰি বহি আছোঁ।

শেষ কথা আছিল,
"সকলোকে কবা ... অচিনাকি মানুহৰ ফালে এবাৰ চাবলৈ। সঁচাকৈ চাবলৈ। আমি সকলোৱে কোনোবা ফালে গৈ আছোঁ। কোনোবাই লাহে লাহে আৰু কোনোবা দ্ৰুতগতিত। কিন্তু যোৱাৰ পথত দয়া কৰিবা। তুমি কৰিছিলা। তুমি মোৰ শেষ দিনবোৰ জীৱন্ত কৰি দিলা।"
মনিটৰৰ শব্দটো এটা পোন ৰেখা যেন হৈ গ'ল।
শ্মশানত তেওঁৰ দেহ দাহ কৰাৰ সময়ত আছিল মাত্ৰ ৬ জন মানুহ।
মই, তিনিগৰাকী নাৰ্ছ, এজন উকীল আৰু এজন প্ৰাক্তন ছাত্ৰ।
৪৩ বছৰৰ শিক্ষকতা। ৫২ বছৰৰ দাম্পত্য। ৮১ বছৰৰ জীৱন।
ছ’জন মানুহ।
“অনিৰুদ্ধ দেৱে মোক শিকালে —
প্ৰতিজন অপৰিচিত মানুহ কাৰোবাৰ বাবে সম্পূৰ্ণ পৃথিৱী।
প্ৰতিজন যাত্ৰী একোটা গল্প।
প্ৰতিজন মানুহ জীয়াই আছে, মৃত্যু হৈছে, অপেক্ষা কৰিছে - কোনোবাই যেন তেওঁক এবাৰ চাই যায়।
তেওঁ মোক ৫০০০ টকা দিছিল জীৱনৰ পথত
গাড়ি চলাবলৈ।
কিন্তু তেওঁ মোক যি শিক্ষা দি গ'ল, ইয়াৰ মূল্য টকাতকৈ বহু বেছি।
আচলতে মানৱিকতা অতিৰিক্ত একো নহয়। কিন্তু এইটোৱে সকলো।
আজিও মই সেই ৫০০০ টকা গ্ল'ভ বক্সত সযতনে সাচি ৰাখিছোঁ। খৰচ কৰা নাই।
কাৰণ প্ৰতিজন যাত্ৰী হয়তো জীৱনৰ শেষ ভ্ৰমণত ওলাইছে।
প্ৰতিজন অপৰিচিত মানুহেই যেন শেষ বিদায় জনাইছে।
সেইবাবেই আজিকালি মই অলপ অন্য ভাৱে বাহন চলাওঁ। প্ৰশ্ন কৰোঁ। শুনো। মানুহক চাওঁ। কাৰণ এজন বৃদ্ধ শিক্ষকে মোক এটি অতি মিঠা ৰাতি দিছিলে আৰু এজন অচিনাকি মানুহ ৰৈ গৈছিল।
তুমিও সেই মানুহ জন হোৱা। আজি ৰাতিও হয়টো কোনোবা তেওঁৰ শেষ চফৰত ওলাইছে। তুমিও সেইয়া মিঠা কৰি দিয়া।
নিঃশব্দ মুহূর্ত, উচ্চাৰণহীন সত্য।

বন্ধু হৈ অচিনাকি মানুহৰ লগত মানৱিক হবলৈ চেষ্টা কৰক.... 🙏 একান্ত অনুৰোধ 🙏"

বিদিশা ঘোষৰ এটা পোস্ট কপি পেস্ট নকৰি নোৱাৰিলোঁ। গল্পৰ স্থান কলকাতা যদিও অসমীয়ালৈ অনুবাদ কৰা বাবে গুৱাহাটী বুলি উল্লেখ কৰা হ'ল।।

Facebook ত পাই share নকৰাকৈ নোৱাৰিলোঁ।

25/02/2026

নীরবে প্রতিশোধ নেওয়ার সবচেয়ে শক্তিশালী ৮টি উপায় —কাউকে ক্ষতি না করেই আপনি প্রতিশোধ নিতে পারেন!

১️⃣ চুপ থেকে নিজের উন্নতিটা দেখিয়ে দেওয়া
তোমার সত্যিকারের প্রতিশোধ হলো—
তুমি বদলে যাও,
তুমি উন্নতি করো,
আর তারা দূর থেকে সেটা দেখে হাহুতাশ করে।
তোমার পরিবর্তনই তোমার প্রতিশোধ।

২️⃣ যে তোমাকে অবহেলা করেছে, তার কাছে তোমার মূল্যটাই যেন সবচেয়ে বড় অনুশোচনা হয়
মানুষ তখনই কষ্ট পায় যখন—
যাকে অবহেলা করেছে,
সেই মানুষটা তাদের ছাড়াই আরও ভালো থাকে।

৩️⃣ তর্ক-ঝগড়া বন্ধ করে দাও—সম্পূর্ণ নীরব হও
কেউ যদি তোমাকে কষ্ট দেয়,
তাকে আর কোনো গুরুত্ব বা প্রতিক্রিয়াই দিও না।
উপেক্ষা হলো প্রতিশোধের সবচেয়ে মারাত্মক অস্ত্র।

৪️⃣ সেই সম্পর্ক, সেই মানুষ, সেই স্মৃতি থেকে নিজেকে মানসিকভাবে তুলে নাও

কেউ তোমাকে ব্যবহার করলে, অবহেলা করলে…
তোমার নীরব প্রতিশোধ হলো—
তাকে আর তোমার আবেগের ওপর ভর করে বাঁচতে না দেওয়া।

৫️⃣ নিজের জীবন এত সুন্দর করে তোলো যাতে ফিরে তাকাতে বাধ্য হয়

তোমার হাসি, স্থিরতা, কাজ, সফলতা—
এসবই একদিন তাকে থামিয়ে বলে দেবঃ
“এই মানুষটাকে হারানো ছিল আমার জীবনের সবচেয়ে বড় ভুল।”

৬️⃣ নিজের সম্মান আর সীমা পরিষ্কার করে দাও
যেখানে তুমি আগে “হ্যাঁ” বলতে বাধ্য হয়ে বলতে,
এখন সেখানে স্পষ্ট “না” বলতে শিখো।

মানুষ তখনই কেঁপে ওঠে—
যখন তুমি অসম্মানকে আর গ্রহণ করো না।

৭️⃣ নিজের শান্তিটাই তোমার বিজয় বানিয়ে ফেলো
প্রতিশোধ মানেই কাউকে কাঁদানো নয়।
প্রতিশোধ মানে—
নিজেকে এমন জায়গায় নিয়ে যাওয়া যেখানে কেউ আর তোমাকে ভাঙতে না পারে।

৮️⃣ যেটা তোমাকে একসময় কষ্ট দিত—সেটাকেই তোমার শক্তিতে পরিণত করো

কষ্টকে শক্তিতে রূপান্তর করার মানুষকে
কেউ আর থামাতে পারে না।

⭐ শেষ কথা
জীবনে কাউকে আঘাত করে প্রতিশোধ নিতে হয় না।
সবচেয়ে বড় প্রতিশোধ হলো—নিজেকে এমন জায়গায় দাঁড় করানো, যেখান থেকে তুমি আর কখনো কারো ব্যবহার, অবহেলা বা অবমূল্যায়নের নিচে পড়ে যাও না।

👉 তোমার মতে জীবনে সবচেয়ে কার্যকর “নীরব প্রতিশোধ” কোনটা?
নিজের অভিজ্ঞতা কমেন্টে লিখে ফেলো।

লিখা—মনোৱাৰ হুছেইন।

📖📚এক সপোনৰ যাত্ৰা: সংগ্ৰামৰ পৰা সাফল্যলৈ।জাষ্ট  #ইমাজিন, তুমি চৰকাৰী চাকৰিৰ পৰীক্ষা দিছিলা। ঘৰৰ অৱস্থা সিমান ভাল নহয়; দ...
12/02/2026

📖📚এক সপোনৰ যাত্ৰা: সংগ্ৰামৰ পৰা সাফল্যলৈ।

জাষ্ট #ইমাজিন, তুমি চৰকাৰী চাকৰিৰ পৰীক্ষা দিছিলা। ঘৰৰ অৱস্থা সিমান ভাল নহয়; দেউতাই অতি কষ্টৰে ঘৰখন চলাই আছে। তেওঁলোকে তোমাক একো কষ্ট নোপোৱাকৈ পঢ়িবলৈ সুবিধা কৰি দিছে, কিতাপ কিনি দিছে। তুমিও দিনে-ৰাতিয়ে কষ্ট কৰিছা। তোমাৰ লগতে তোমাৰ পিতৃ-মাতৃৰো এটাই আশা— ল’ৰা/ছোৱালীয়ে কিবা এটা ভাল কৰিলে ঘৰখনৰ অৱস্থা ভাল হ’ব।
#তোমাৰো ইচ্ছা, এদিন পিতৃ-মাতৃক এটা ভাল ঘৰত ৰাখিবা।
তোমাক আৰু তোমাৰ পিতৃ-মাতৃক বহুতে ঠাট্টা-মস্কৰা কৰিছে, বিশেষকৈ নিজৰ #আপোন মানুহবোৰে। কিন্তু এদিন #চাকৰিৰ ৰিজাল্ট দিলে!
#মেৰিট লিষ্টত নিজৰ নামটো দেখি তুমি আনন্দত জপিয়াই উঠিলা। পিতৃ-মাতৃয়ে আনন্দত চিঞৰি তোমাক সাৱটি ধৰিলে। তেওঁলোকৰ চকুৰে পানী বৈ আহিল; কিন্তু এইয়া আন দিনাৰ দৰে দুখৰ চকুলো নহয়, এইয়া হ'ল সুখৰ চকুলো।

মনত ৰাখিবা, পিতৃ-মাতৃয়ে সন্তানৰ বাবে দুটা কাৰণত কান্দে— এটা সুখত আৰু আনটো সন্তানে দিয়া দুখত। এতিয়া চইচ তোমাৰ, তুমি কেনেকৈ তেওঁলোকৰ চকুত পানী দিবা?
যিসকল আত্মীয় আৰু ওচৰ-চুবুৰীয়াই এসময়ত ঠাট্টা কৰিছিল, আজি তোমাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ আগত গৌৰৱেৰে ক’বলৈ সক্ষম হ’ল যে— "মোৰ সন্তানটোৱে চাকৰি পালে, তাৰ কষ্টৰ ফল পালে।"

ভাবি চোৱা, সেই #মুহূৰ্তটো কিমান ভাল লাগিব! তাৰ পিছত #নিযুক্তি পত্ৰ বা Letter আনিবলৈ তুমি গুৱাহাটীৰ খানাপাৰালৈ আহিবা। হাতত সেই সপোনৰ চিঠিখন আৰু দুয়োকাষে পিতৃ-মাতৃক লৈ এখন ফটো উঠিবা; সেইখন হ’ব তোমাৰ জীৱনৰ শ্ৰেষ্ঠ ফটো।

গতিকে কষ্ট কৰা। মানুহে যি কয় ক’বলৈ দিয়া, তুমি তোমাৰ কাম কৰি যোৱা। তুমি কোনো ধনীৰ সন্তান নহয় যে Shortcut মাৰি সফল হ’বা; তুমি কষ্ট কৰিবই লাগিব। পঢ়াত মন দিয়া, কাৰণ পিতৃ-মাতৃৰ সেই ভাৰাক্ৰান্ত মুখখনই হ'ব লাগে তোমাৰ আটাইতকৈ ডাঙৰ #মটিভেশ্বন। তেওঁলোকৰ মুখত হাঁহি বিৰিঙোৱাৰ দায়িত্ব এতিয়া তোমাৰ।

📖📚

📌কথাখিনিয়ে মনত প্ৰভাৱ পেলালে নিজে নিজে শ্বেয়াৰ কৰি দিবা ক'ব নালাগে,ধন্যবাদ।

ফ'টো-মোৰ শিক্ষা গ্ৰুপৰ শিক্ষাৰ্থীৰ।

✍️ লিখনি-মনোৱাৰ হুছেইন।
দক্ষিণ শালমাৰা মানকাচৰ (গাঁও - চোমৰাশালী)







😔 কোনোৱে তোমাক গুৰুত্ব নিদিয়ে!যেতিয়ালৈকে তুমি সফল নোহোৱা, যেতিয়ালৈকে তোমাৰ পকেট খালি, তেতিয়ালৈকে তোমাৰ কথাৰ কোনো মূল...
08/02/2026

😔 কোনোৱে তোমাক গুৰুত্ব নিদিয়ে!

যেতিয়ালৈকে তুমি সফল নোহোৱা, যেতিয়ালৈকে তোমাৰ পকেট খালি, তেতিয়ালৈকে তোমাৰ কথাৰ কোনো মূল্য নাই।
তুমি আদৰ্শৱান, তুমি কিমান ভাল, তোমাৰ চৰিত্ৰ কিমান ভাল—সেইবোৰ কোনো মেটাৰ নকৰে।
তুমি ঘৰখনৰ এজন অসফল সন্তান, বাকী সকলো সফল। তুমি হাজাৰ ভাল কথা কোৱা, তথাপি তোমাৰ কথাত কোনেও গুৰুত্ব নিদিয়ে।
তুমি শুদ্ধ বুলি চিঞৰি প্ৰমাণ দিয়া যে তুমি শুদ্ধ; মানুহে, পৰিয়ালে তোমাৰ কথাত কাণেই নিদিব, প্ৰমাণ চাব।

তুমি কিমান কষ্ট কৰিছা সেইবোৰ মানুহে নাচায়। মানুহে সফলতা বিচাৰে যে—তুমি কি কাম কৰি আছা, তোমাৰ ষ্টেটাছ কি, তোমাৰ #বেংকত কিমান টকা আছে। সেইখিনিতে তোমাৰ সন্মান, তোমাৰ গুৰুত্ব সকলো নিহিত হৈ থাকে।
গতিকে, মানুহক, পৰিয়ালক (যদি সমৰ্থন নকৰে) কোনো উপদেশ দিবলৈ নাযাবা।
#ধৈৰ্য ধৰি, সফল নোহোৱালৈকে #সহ্য কৰি শুনি যোৱা। ধৈৰ্য আৰু সহ্য বহুত ডাঙৰ বস্তু। ধৈৰ্য আৰু সহ্য কৰাৰ গুণ থাকিলে এদিন জীৱনত সকলো পাবা।
মাথোঁ সফল নোহোৱালৈকে, #চাকৰি এটা নোপোৱালৈকে, তুমি কোনো মানুহৰ লগত তৰ্ক নকৰিবা।
তুমি নিজক ভাল বুলি প্ৰমাণ দিবলৈ নাযাবা।
তুমি উপদেশ দিব নাযাবা।
সফল হোৱা, চাকৰি লোৱা। চাবা, সেই সকলোৱে যিবোৰে কথাৰ গুৰুত্ব দিয়া নাছিল, সেইবোৰে তোমাক উপযাচি সুধিব যে কি কৰিলে ভাল হ'ব।
সফলতাই কথা কয়! Money talks more than words!

😍❤️💰

📌একমত হলে শ্বেয়াৰ কৰিব পাৰিব,ধন্যবাদ।

✍️ মনোৱাৰ হুছেইন

দক্ষিণ শালমাৰা মানকাচৰ(চোমৰাশালী গাঁও)






Demo notes 🎶   #অসম তথা ভাৰতবৰ্ষৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ (competitive Exam) এটা অতি গুৰুত্বপূৰ্ণ ৰাজবংশ মৌৰ্য ব...
28/01/2026

Demo notes 🎶
#অসম তথা ভাৰতবৰ্ষৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ (competitive Exam) এটা অতি গুৰুত্বপূৰ্ণ ৰাজবংশ মৌৰ্য বংশ।
#ভাৰতত প্ৰথম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি মৌৰ্য বংশৰ চন্দ্ৰগুপ্ত মৌৰ্যক কোৱা হয়। তেওঁ নন্দ বংশৰ শেষ ৰজা ধনানন্দক হত্যা কৰি কৌটিল্যৰ সহায়ত মৌৰ্য বংশ প্ৰতিষ্ঠা কৰে।
#পৰীক্ষাত মৌৰ্য বংশৰ ওপৰত এটা হ'লেও প্ৰশ্ন আহে। গতিকে বহুত গুৰুত্বপূৰ্ণ, আহক জানোঁ মৌৰ্য বংশৰ বিষয়ে বিতংকৈ।🚩

মৌৰ্য বংশ (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫) ভাৰতীয় উপমহাদেশৰ এক বৃহৎ অংশক একত্ৰিত কৰা প্ৰথমখন বৃহৎ সাম্ৰাজ্য আছিল, যিয়ে প্ৰাচীন ভাৰতীয় ইতিহাসত এক গুৰুত্বপূৰ্ণ যুগ হিচাপে চিহ্নিত কৰিছিল। এই বংশৰ বৈশিষ্ট্য আছিল শক্তিশালী কেন্দ্ৰীভূত প্ৰশাসন, উল্লেখযোগ্য ভূখণ্ড সম্প্ৰসাৰণ আৰু অশোকৰ অধীনত বৌদ্ধ নীতিৰ ব্যাপক প্ৰচাৰ। মূল মৌৰ্য শাসক চন্দ্ৰগুপ্ত মৌৰ্যই এই সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ নাতি মহান অশোকৰ অধীনত এই সাম্ৰাজ্যৰ শিখৰত উপনীত হৈছিল। অশোকৰ পিছত ক্ৰমান্বয়ে দুৰ্বল শাসকৰ অধীনত সাম্ৰাজ্যৰ অৱনতি ঘটিছিল।

👑 চন্দ্ৰগুপ্ত মৌৰ্য (প্ৰায় ৩২২–২৯৭ খ্ৰীষ্টপূৰ্ব)
মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক।
'অৰ্থশাস্ত্ৰ' গ্ৰন্থ ৰচনা কৰা গুৰু আৰু মুখ্যমন্ত্ৰী #চাণক্য (কৌটিল্য বুলিও জনাজাত)ৰ সহায়ত মগধৰ নন্দ বংশক উফৰাই উত্তৰ আৰু মধ্য ভাৰতত সফলতাৰে সাম্ৰাজ্য সম্প্ৰসাৰণ কৰে।
আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ উত্তৰাধিকাৰী চেলিউকাছ প্ৰথম নিকেটৰক পৰাস্ত কৰি আফগানিস্তান আৰু বেলুচিস্তানৰ ভূখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰে।
এক শক্তিশালী কেন্দ্ৰীভূত প্ৰশাসন আৰু এক বিশাল চোৰাংচোৱা নেটৱৰ্ক স্থাপন কৰিছিল।
জীৱনৰ শেষৰ ফালে তেওঁ পৰম্পৰাগতভাৱে সিংহাসন ত্যাগ কৰি জৈন ধৰ্ম গ্ৰহণ কৰি কৰ্ণাটকৰ শ্ৰৱণবেলাগোলাত তপস্বী হিচাপে শেষ দিন কটায় বুলি বিশ্বাস কৰা হয়।

👑 বিন্দুসাৰ (খ্ৰীষ্টপূৰ্ব ২৯৭–২৭৩) 🛡️
চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ।
গ্ৰীক উৎসসমূহে 'অমিত্র'চেটছ' (সংস্কৃত উপাধি অমিত্রঘাতৰ অনুবাদ, অৰ্থাৎ "শত্ৰুৰ হত্যাকাৰী") নামেৰে জনাজাত।
মহীশূৰৰ ফালে ডেক্কান অঞ্চল (উপদ্বীপীয় ভাৰত)লৈকে সাম্ৰাজ্যখন ৰক্ষণাবেক্ষণ আৰু অধিক সম্প্ৰসাৰিত কৰে।
হেলেনিক পশ্চিমৰ সৈতে বিশেষকৈ চেলুচিড সাম্ৰাজ্যৰ সৈতে বন্ধুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছিল বিন্দুসাৰে।

👑 মহান অশোক (প্ৰায় ২৬৮–২৩২ খ্ৰীষ্টপূৰ্ব)
মহান অশোক ভাৰতৰ মৌৰ্য বংশৰ শেষ প্ৰধান সম্ৰাট আছিল, প্ৰায় ২৬৮ চনৰ পৰা ২৩২ খ্ৰীষ্টপূৰ্বলৈকে ৰাজত্ব কৰিছিল। প্ৰাচীন ভাৰতীয় ইতিহাসৰ অন্যতম বিশিষ্ট শাসক তথা শক্তিশালী ৰজা আছিল মহামতি অশোক।

⚔️ প্ৰাথমিক ৰাজত্ব আৰু কলিংগ যুদ্ধ:
প্ৰথম অৱস্থাত অশোক নিৰ্দয় আৰু অভিলাষী শাসক হিচাপে পৰিচিত আছিল। খ্ৰীষ্টপূৰ্ব ২৬১ চনৰ আশে-পাশে কলিংগ দেশ (বৰ্তমান ওড়িশা ৰাজ্য)ত হোৱা নৃশংস যুদ্ধৰ পিছত সেয়া তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট হৈ পৰিছিল। যুদ্ধৰ ফলত সৃষ্টি হোৱা অপৰিসীম দুখ-কষ্ট আৰু মৃত্যুৱে তেওঁক গভীৰ অনুশোচনা আৰু হৃদয়ৰ গভীৰ পৰিৱৰ্তনলৈ লৈ যায়।

🍁 কলিংগ যুদ্ধৰ পিছত অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি সশস্ত্ৰ বিজয় ত্যাগ কৰি "ধৰ্ম" (সৎ আচৰণ) বুলি কোৱা নীতি গ্ৰহণ কৰে। তেওঁৰ ধৰ্ম আছিল শান্তি, অহিংসা, সকলো ধৰ্মীয় পন্থাৰ প্ৰতি সন্মান, বয়োজ্যেষ্ঠৰ আজ্ঞা পালন, চাকৰ আৰু বন্দীসকলৰ প্ৰতি মানৱীয় ব্যৱহাৰ প্ৰসাৰিত কৰা নৈতিক আৰু সমাজ কল্যাণমূলক নীতিৰ ব্যৱস্থা তেওঁ গঢ়ি তুলিছিল।

😍 বৌদ্ধ ধৰ্মৰ সম্প্ৰসাৰণ: প্ৰাচীন এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অশোক বৌদ্ধ ধৰ্মৰ এক প্ৰবল পৃষ্ঠপোষক হৈ পৰিছিল। তেওঁ 'অশোকৰ আদেশ' নামেৰে জনাজাত বৃহৎ সংখ্যক স্তূপ আৰু স্তম্ভ স্থাপন কৰাৰ কৃতিত্ব লাভ কৰে, যিবোৰত ধৰ্মৰ ওপৰত তেওঁৰ নীতি আৰু শিক্ষাৰ বিশদ বিৱৰণ দিয়া শিলালিপি আছিল। শ্ৰীলংকাৰ দৰে ঠাইত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ নিজৰ সন্তানকে ধৰি মিছনেৰীসকলকো পঠিয়াইছিল।

😌 উত্তৰাধিকাৰ: অশোকৰ সাম্ৰাজ্য বিশাল আছিল, ভাৰত উপমহাদেশৰ এক বৃহৎ অংশ সামৰি লৈছিল। তেওঁৰ ৰাজত্বকাল জনকল্যাণমূলক কামৰ বাবে বিখ্যাত, যেনে মানুহ আৰু জীৱ-জন্তুৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা, কূপ খন্দা, গছ ৰোপণ কৰা ইত্যাদি। নৈতিক শাসন, শান্তি, সহনশীলতাক অগ্ৰাধিকাৰ দিয়া শাসক হিচাপে তেওঁৰ উত্তৰাধিকাৰৰ বাবেই তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সম্ৰাট হিচাপে গণ্য কৰা হয়। অশোকৰ সিংহ স্তম্ভৰ ৰাজধানী বৰ্তমান আধুনিক ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোকস্তম্ভ তেওঁৰ নামত নামকৰণ কৰা হৈছে।

🥹 মৌৰ্য বংশৰ শেষৰজন ৰজা (সম্ৰাট) আছিল বৃহদ্ৰথ। মৌৰ্যৰ আন সম্ৰাটসকলৰ দৰে বৃহদ্ৰথৰ ৰাজ্য চলাই নিয়াৰ নীতি সুদৃঢ় নাছিল। লাহে লাহে মৌৰ্য বংশৰ ভেটি দুৰ্বল হৈ পৰিছিল।
আৰু সেই সুযোগৰ ব্যৱহাৰ কৰি খ্ৰীষ্টপূৰ্ব ১৮৫ চনৰ আশে-পাশে তেওঁক নিজৰ সেনাপতি পুষ্যমিত্ৰ শুংগই হত্যা কৰিছিল আৰু তেতিয়া তেওঁ ভাৰতত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু মৌৰ্য বংশৰ অন্ত পৰে।

📚❤️ Practice MCQs

1. Founder of the Maurya Empire – Chandragupta Maurya মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক – চন্দ্ৰগুপ্ত মৌৰ্য।

2. Capital of the Maurya Empire – Pataliputra মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী – পাটলিপুত্ৰ।

3. First Mauryan ruler – Chandragupta Maurya প্ৰথম মৌৰ্য শাসক – চন্দ্ৰগুপ্ত মৌৰ্য।

4. Guru of Chandragupta Maurya – Chanakya (Kautilya) চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু – চাণক্য (কৌটিল্য)।

5. Famous book written by Chanakya – Arthashastra চাণক্যই লিখা বিখ্যাত গ্ৰন্থ – অৰ্থশাস্ত্ৰ।

6. Greek ambassador in Maurya court – Megasthenes মৌৰ্য সভাত গ্ৰীক ৰাষ্ট্ৰদূত – মেগাস্থেনিচ।

7. Megasthenes wrote – Indica মেগাস্থেনিচে লিখিছিল – ইণ্ডিকা।

8. Chandragupta defeated – Dhanananda চন্দ্ৰগুপ্তই পৰাস্ত কৰিছিল – ধনানন্দক।

9. Last Nanda ruler – Dhanananda শেষ নন্দ শাসক – ধনানন্দ।

10. Chandragupta embraced Jainism under – Bhadrabahu চন্দ্ৰগুপ্তই যাৰ অধীনত জৈন ধৰ্ম গ্ৰহণ কৰিছিল – ভদ্ৰবাহু।

11. Chandragupta Maurya died at – Shravanabelagola চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যু হৈছিল – শ্ৰৱণবেলগোলাত।

12. Successor of Chandragupta Maurya – Bindusara চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্তৰাধিকাৰী – বিন্দুসাৰ।

13. Greek name of Bindusara – Amitrochates বিন্দুসাৰৰ গ্ৰীক নাম – (Amitrochates)বা অমৃিতঘাট।

14. Father of Ashoka – Bindusara অশোকৰ পিতৃ – বিন্দুসাৰ।

15. Mother of Ashoka – Subhadrangi (Dharma) অশোকৰ মাতৃ – শুভদ্ৰাঙ্গী। (ধৰ্ম)

16. Ashoka ascended throne in – 273 BC অশোকে সিংহাসনত আৰোহণ কৰিছিল – ২৭৩ খ্ৰীষ্টপূৰ্বত।

17. Ashoka coronation in – 269 BC অশোকৰ ৰাজ অভিষেক হৈছিল – ২৬৯ খ্ৰীষ্টপূৰ্বত।

18. Ashoka’s capital – Pataliputra অশোকৰ ৰাজধানী – পাটলিপুত্ৰ।

19. Ashoka known as – Devanampriya Priyadarshi অশোকক জনা গৈছিল – দেৱনামপ্ৰিয় প্ৰিয়দৰ্শী নামেৰে।

20. Meaning of Devanampriya – Beloved of the Gods দেৱনামপ্ৰিয়ৰ অৰ্থ – দেৱতাৰ প্ৰিয়।

21. Kalinga War fought in – 261 BC কলিংগ যুদ্ধ হৈছিল – ২৬১ খ্ৰীষ্টপূৰ্বত।

22. Modern Kalinga – Odisha আধুনিক কলিংগ – উৰিষ্যাত অৱস্থিত।

23. After Kalinga War Ashoka adopted – Buddhism কলিংগ যুদ্ধৰ পিছত অশোকে গ্ৰহণ কৰিছিল – বৌদ্ধ ধৰ্ম।

24. Ashoka’s Dhamma related to – Moral principles অশোকৰ ধৰ্ম (Dhamma) সম্পৰ্কীয় – নৈতিক নীতি।

25. Ashoka spread Buddhism through – Dhamma Mahamattas অশোকে বৌদ্ধ ধৰ্ম বিয়পাইছিল – ধম্ম মহামাত্ৰসকলৰ জৰিয়তে।

26. Ashoka sent Buddhist missionaries to – Sri Lanka অশোকে বৌদ্ধ ধৰ্মৰ ধৰ্ম প্ৰচাৰকসকলক পঠিয়াইছিল – শ্ৰীলংকালৈ।

27. Son of Ashoka sent to Sri Lanka – Mahendra অশোকৰ পুত্ৰ যাক শ্ৰীলংকালৈ পঠিওৱা হৈছিল – মহেন্দ্ৰ।

28. Daughter of Ashoka sent to Sri Lanka – Sanghamitra অশোকৰ কন্যাক যাক শ্ৰীলংকালৈ পঠিওৱা হৈছিল – সংঘমিত্ৰা।

29. Ashoka’s inscriptions are in – Prakrit language অশোকৰ শিলালিপিসমূহ – প্ৰাকৃত আৰু মগধী ভাষাত লিখা হৈছিল।

30. Script used in Ashokan edicts – Brahmi অশোকৰ অনুশাসনত ব্যৱহৃত লিপি – ব্ৰাহ্মী Scriptত আছিল।

31. Northwestern Ashokan inscriptions in – Kharosthi উত্তৰ-পশ্চিমৰ অশোকৰ শিলালিপিসমূহ – খৰোষ্ঠী লিপিত লিখা আছে।

32. Ashoka’s rock edicts are – 14 major edicts অশোকৰ মুখ্য শিলা অনুশাসনসমূহ – ১৪টা প্ৰধান অনুশাসনৰ লগত জড়িত।

33. Ashoka’s pillar edicts – 7 major edicts অশোকৰ স্তম্ভ অনুশাসনসমূহ – ৭টা প্ৰধান অনুশাসনৰ লগত জড়িত।

34. National emblem of India adopted from – Ashoka Pillar (Sarnath) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহণ কৰা হৈছে – অশোক স্তম্ভৰ (সাৰনাথ) পৰা লোৱা হৈছে।

35. Lion Capital located at – Sarnath সিংহৰাজধানী অৱস্থিত – সাৰনাথত অৱস্থিত।

36. Ashoka built stupas originally – 84,000 অশোকে মূলতঃ স্তূপ নিৰ্মাণ কৰিছিল – ৮৪,০০০টা।

37. Wheel on Indian flag symbolizes – Ashoka Chakra ভাৰতীয় পতাকাৰ চকাটোৱে প্ৰতিনিধিত্ব কৰে – অশোক চক্ৰক।
Ashoka Chakra has spokes – 24 অশোক চক্ৰত আছে – ২৪টা দণ্ড আছে।
Last Mauryan ruler – Brihadratha শেষ মৌৰ্য শাসক – বৃহদ্ৰথ।
Maurya dynasty ended in – 185 BC মৌৰ্য বংশৰ সমাপ্তি হৈছিল – ১৮৫ খ্ৰীষ্টপূৰ্বত অন্ত পৰিছিল।
Brihadratha was killed by – Pushyamitra Shunga বৃহদ্ৰথক হত্যা কৰিছিল – বৃহদ্ৰথৰ প্ৰধানমন্ত্ৰী পুষ্যমিত্ৰ শুংগই হত্যা কৰিছিল।
Maurya army described by – Megasthenes মৌৰ্য সৈন্যৰ বৰ্ণনা কৰিছিল – মেগাস্থেনিচে।
Mauryan administration was – Centralized মৌৰ্য প্ৰশাসন আছিল – কেন্দ্ৰীভূত প্ৰশাসন।
Head of Maurya province – Kumar / Aryaputra মৌৰ্য প্ৰদেশৰ মুৰব্বী – কুমাৰ / আৰ্যপুত্ৰসকল আছিল।
Mauryan spies known as – Gudhapurusha মৌৰ্য চোৰাংচোৱাসকলক জনা গৈছিল – গূঢ়পুৰুষ নামেৰে জনাজাত আছিল।
Officer in charge of trade – Panyadhyaksha বাণিজ্যৰ ভাৰপ্ৰাপ্ত বিষয়া – পণ্যধ্যক্ষ।
Officer in charge of mines – Akaradhyaksha খনিৰ ভাৰপ্ৰাপ্ত বিষয়া – আকৰাধ্যক্ষ।
Maurya emblem animal – Lion মৌৰ্যৰ প্ৰতীকৰ জন্তু – সিংহ।
Mauryan economy based on – Agriculture মৌৰ্য অৰ্থনীতি আধাৰিত আছিল – কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল।
Greatest Mauryan emperor – Ashoka the Great সৰ্বশ্ৰেষ্ঠ মৌৰ্য সম্ৰাট – মহাৰাজ অশোক।

© Lucent Book

পুরুষ হতে gym করা বডি লাগে না,পুরুষ হতে সুসজ্জিত দাড়ি লাগে না,পুরুষ হতে Bullet bike লাগে না,পুরুষ হতে tattoo করতে লাগে ন...
26/01/2026

পুরুষ হতে gym করা বডি লাগে না,
পুরুষ হতে সুসজ্জিত দাড়ি লাগে না,
পুরুষ হতে Bullet bike লাগে না,
পুরুষ হতে tattoo করতে লাগে না,
পুরুষ হতে মদ, বিড়ি, সিগারেট খেতে লাগে না,

পুরুষ হতে স্বামীজীর আদর্শ লাগে,
আর নেতাজী সুভাষ চন্দ্র বসু কে অনুসরণ করতে লাগে।
হে বীর, হে পুরুষ শক্তি দাও সমগ্র বিশ্বকে।
আজ তোমাকে আমাদের খুব প্রয়োজন🙏

21/01/2026

কুকুর থেকে সাবধান
১.ভাবী! আপনি দুই বাচ্চার মা! আপনাকে দেখলে কেউ বিশ্বাসই করবে না, দেখে মনে হয় মাত্র মাধ্যমিক পাশ করছেন! সিরিয়াসলি!
২. ম্যাডাম, একটা কথা বলবো? অনেকদিন থেকে ভাবছি! কিন্তু বলবো বলবো করে বলা হচ্ছে না। আপনি এমনিতেই সুন্দর। কিন্তু নাকের পাশের তিলটা আপনাকে একদম পরী বানিয়েছে। এত্ত সুন্দর। জাস্ট অসাধারণ লাগে!
৩. মন খারাপ কেন ভাবী? ঝগড়া টগড়া করলো নাকি? আপনার মতো এ রকম একটা মানুষের সাথেও ঝগড়া করা যায়? বিশ্বাসই হচ্ছে না!
৪. একটা কথা বলি আপু! কিছু মনে করবেন না তো? আপনার কণ্ঠটা এত্ত সুন্দর! কোনো প্রিয় গান বারবার শুনলেও যেমন বিরক্তি লাগে না, আপনার কথাবার্তার স্টাইলও এরকম। টানা ২৪ ঘন্টা শুনলেও বোরিং লাগবে না!
৫. আপনি যা ইচ্ছা মনে করতে পারেন, আজ থেকে আপনাকে আর আন্টি ডাকবো না, বলে দিচ্ছি। হুঁ! দেখলে মনে হয় আবার বিয়ে দেওয়া যাবে, আর আপনাকে ডাকবো আন্টি? না, আর না!
৬. একটা কথা বলবো? নীল শাড়ীতে আপনাকে দারুণ মানিয়েছে! না না, তেল দিচ্ছি না, সত্যি বলছি! সত্যি অনেকটা কোয়েল মল্লিকের মতো লাগে আপনাকে!
৭. জন্মদিনে এবার কি কি করলেন আপনারা?
আপনার ভাই অফিসের কাজে ব্যস্ত!!!!
কি যে বলেন! আমি এরকম একটা বউ পেলে জন্মদিন উপলক্ষ্যে এক সপ্তাহের ছুটি নিতাম! হাসবেন না, সিরিয়াসলি!

-----------------------------------------------

বিঃ দ্রঃ - অবিশ্বাস্য হলেও সত্য, কিছু কিছু মানুষ আছে, নিজের অফিসের কলিগ,পাশের বাসার ভাবী, কিংবা বন্ধুর বউ,পরিচিত আপু ম্যাডামদের সাথে এভাবেই কথা বলে। আপাতদৃষ্টিতে এগুলো "জাস্ট প্রশংসাবাক্য"। এর গভীরে যে কত বড় লাম্পট্য, আর অসৎ কামনা লুকিয়ে আছে, খেয়াল না করলে বুঝার উপায় নেই। যারা এগুলো করে, এরা কিন্তু ফাঁদে ফেলবার জন্যেই করে! এদের স্বভাবই হলো ফ্লার্ট করে নিজের বশে আনা!
খুব স্মার্ট সুদর্শন পুরুষ দেখলে কিছু কিছু ক্ষেত্রে মহিলারাও এরকম ফ্লার্ট করে। সে সংখ্যাটাও কম না!! যে মহিলা জীবনে কোনোদিন স্বামীর বিকল্প স্বপ্নেও কল্পনাও করেন নি। মাঝে মাঝে ঝগড়া হয়, কিন্তুু স্বামীকে অনেক ভালোবাসেন। পর পুরুষের মুখে নিজের এত্ত সুন্দর প্রশংসা শুনে, "আমি হলে পায়ের কাছে পড়ে থাকতাম" কথাটা শুনে সেই মহিলাও ভাবেন, এই স্বামী আমাকে বঞ্চিত করছে, নিশ্চয়ই আমি আরও ভালো কিছু আশা করি!
যে মহিলা একটা সুখের সংসারে আছেন, বাচ্চা নিয়ে স্বামী স্ত্রী ব্যাস্ততার মাঝে কোনো কিছুর অভাবই বোধ করেন না, সে মহিলাও যখন বাইরের কারো কাছে নিজের কপালের তিলের এত্ত প্রশংসা শুনেন তখন তার মনে হতে পারে, "ওর সাথে এত্তদিন সংসার করলাম, ও তো একটা দিনের জন্যেও এভাবে আমার সৌন্দর্যের প্রশংসা করলো না!" নিজের বয়সের ব্যাপারে বাইরের পুরুষের প্রশংসা শুনে মহিলা, বারবার আয়নার সামনে নিজের চেহারা দেখেন। ভাবতে থাকেন, হ্যাঁ, আমি তো সুন্দরই। আর ওই পুরুষটাই আমার এ সৌন্দর্যের মূল্যায়ন করলো!
হ্যা, এভাবেই শুরু হয় দাম্পত্য কলহ যা পৃথিবীর নিকৃষ্টতম সম্পর্ক বা পরকীয়া বা ঘর ভাংগার মত ক্ষতির কাজ। তথা কথিত একটা "ইনোসেন্ট প্রশংসা"ই ধ্বংস করে দিতে পারে একটা মানুষকে, একটা পরিবারকে! এটা ভাবার কোনো কারণ নাই যে, যারা "ভাবী" টার প্রশংসা করছে, এরা "ফ্রি মাইন্ড" এ ইনোসেন্ট মন নিয়ে করছে! নাহ, এরা অবশ্যই অবশ্যই অবশ্যই কুমতলব নিয়েই প্রশংসা করে!! যদি জীবনে সুখী হতে চান, কারো হালকা প্রশংসায় গলে যাবেন না। বরং এদের এড়িয়ে চলুন। নিজের চরিত্রের হেফাজত করুন, আপনার জন্য হারাম এমন নারী বা পুরুষের সাথে কথা না বলার চেষ্টা করুন খুব প্রয়োজন ছাড়া, আল্লাহকে ভয় করুন। প্রশংসা শুনতে সবারই ভাল লাগে। এভোয়েড না করলে, ধীরে ধীরে এদের ফাঁদে একদিন পড়বেনই। হালাল এবং হারাম মেনে চলুন। *মোরালঃ কুকুর হইতে সাবধান🚫

12/11/2025

এক শ্রেণীর মেয়ে আছে এরা এতটাই সস্তা, যেখানে সেখানে চলে যায় গিয়ে বিয়ের অনশনে বসে পড়ে। এদের বাবা-মা'ই বা কেমন, কষ্ট করে বড় না করে গলা টি' পে মে' রে ফেললেই তো হয়ে যেত।

আরেক শ্রেণী আছে, এরা আবার আইফোনের জন্য চলে যায় কক্সবাজার। এদের চোখে জীবন যেন একটা বাজার, যেখানে সবকিছু বিক্রয়যোগ্য এমনকি নিজের সত্তাও।

আরেক শ্রেণী আছে এরা আবার ৩০০ টাকা হলেই যার তার লগে শুয়ে পড়ে। এদের জীবন যেন একটা সস্তা বাজারের পণ্য, যা কোনো মূল্যবোধ ছাড়াই বিক্রি হয়ে যায়। সমাজের অন্ধকার গলিতে এরা হারিয়ে যায়, এবং ফিরে আসে শুধু অনুশোচনা নিয়ে।

আরেক শ্রেণী আছে এরা আবার ভালোবাসার প্রমাণ দিতে গিয়ে বিয়ের আগেই বয়ফ্রেন্ডকে শরীর দিয়া দেয়। তারপর তো ছেলেটা আর তাকে বিয়ে করতে চায় না, তখন এরা হয়ে যায় পুরুষ বি'দ্বেষী বলে সব ছেলেরা খারাপ।

কিন্তু দেখেন, প্রত্যেকের নিজস্ব পছন্দই তাদের ভাগ্য নির্ধারণ করে যদিও কখনো কখনো সেই পছন্দ হয়ে ওঠে একটা অভিশাপ। আর আজকের সমাজের প্রায় প্রত্যেকটা মেয়েই কোনো না কোনো অভিশাপ নিয়ে বাঁচে।❤️‍🩹🌺

- মনোয়ার হুসেইন।

Address

Chomrashali
Mankachar
783135

Alerts

Be the first to know and let us send you an email when MH Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share