Northeastmirror

Northeastmirror আমি দিম খবৰৰ আৰঁৰ খবৰ
(1)

31/08/2026

🔸লিডুত লিডু প্ৰিমিয়ামৰ লীগ (LPL) ৰ সফল সামৰণি।🔸
🔸South zone ৰ বৃহৎ জয় ।

তিনিচুকীয়া জিলাৰ কাকপথাৰ সীমান্তৱৰ্তী বাবুল গগৈ (বাবু) সন্ধানহীন ৷ কৰ্মৰ সন্ধানত সতীৰ্থৰ সৈতে বহি:ৰাজ্যলৈ  গৈছিল বাবুল গ...
31/08/2026

তিনিচুকীয়া জিলাৰ কাকপথাৰ সীমান্তৱৰ্তী বাবুল গগৈ (বাবু) সন্ধানহীন ৷
কৰ্মৰ সন্ধানত সতীৰ্থৰ সৈতে বহি:ৰাজ্যলৈ গৈছিল বাবুল গগৈ ৷
যাত্ৰা পথতে বিচ্ছিন্ন হয় পৰিয়ালৰ সৈতে সংযোগ ৷

31/08/2026

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকা লেখাপানীৰ খেলুৱৈ সকলক সম্বদ্ধৰ্না জ্ঞাপন ।

31/08/2026

ৰঙিয়াত জনকল্যাণ সমিতিৰ উদ্যোগত দশম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন । ৰ

30/08/2026

🔹লিডুত জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ আজি অন্তিম দিন। 🔹
🔹লিডুত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ
🔹ছয় শতাধিক ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে একেলগে কণ্ঠ নিগৰালে জুবিন গাৰ্গৰ মায়াবিনী গীতত।
🔹বিশাল শোভাযাত্ৰাৰে উজ্বলিল লিডুৰ ৰাজপথ।

29/08/2026

লিডূত আজিৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ জনগোষ্ঠীয় সমন্বয় সন্মিলন ।

29/08/2026
29/08/2026

ৰঙিয়াত মীনপালকক মাছৰ অন্ন বিতৰণ।

29/08/2026

প্ৰয়াত গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ একমাত্ৰ কন্যা বৰ্ণালী মেধিৰ খবৰ ল’বলৈ লক্ষীপুৰত উপস্থিত হ’ল লেখক অংকুৰ ডেকা ।

29/08/2026

ডিগবৈ টিংৰাইত ভয়ংকৰ পথ দুৰ্ঘটনা।
ভাওনাৰ আখৰালৈ যোৱা অৱস্থাা AS 23 AL 1123 নম্বৰ PUNCH মহতীয়ালে দুজনক।

Address

Margherita

Alerts

Be the first to know and let us send you an email when Northeastmirror posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Northeastmirror:

Share