Pragati Live Assam 24×7

Pragati Live Assam 24×7 অসমৰ ৰাইজৰ প্ৰতিটো সমস্যা দাঙি ধৰাৰ উদ্দেশ্যত প্ৰগতি লাইভ অসম আপোনালোকৰ সন্মুখত। Whatsapp Only: 6003113747
(4)

15/10/2025

📌আজি জনতাৰ ক্ষোভৰ পৰা বাচিবলৈ এনেদৰেই কালভাৰ্টৰ তলত সোমাই থাকিব লগা হৈছিল আৰক্ষী। চাওঁক এই দৃশ্য।

15/10/2025

📌দিনৰ ভাগত প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰা বাহন এনেদৰেই লৈ যোৱা হৈছে আৰক্ষীৰ থানালৈ।

📌মুক্তি পালে 'ৰৈ ৰৈ বিনালে' ছবিৰ জুবিন গাৰ্গৰ দ্বিতীয়টো গীত 'সপোন সপোন'। নতুন Styleত শেষৰখন ছবিত প্ৰিয় জুবিন।
15/10/2025

📌মুক্তি পালে 'ৰৈ ৰৈ বিনালে' ছবিৰ জুবিন গাৰ্গৰ দ্বিতীয়টো গীত 'সপোন সপোন'।
নতুন Styleত শেষৰখন ছবিত প্ৰিয় জুবিন।

15/10/2025

📌সোণাপুৰত জুবিন ক্ষেত্ৰত LCD ভানত আক্ৰমণৰ চেষ্টা। LCD ত জুবিনৰ গীত চলি থাকোতে শেখৰ গোস্বামীক দেখি পাথৰ মৰাৰ চেষ্টা। পাথৰ মৰাৰ চেষ্টা কৰোতেই এজন যুৱকক আটক আৰক্ষীৰ।

15/10/2025

📌বিদ্যালয়ৰ পৰা ঘৰমুৱা হোৱা এজাক ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণঢালি গাই গৈছে জুবিনৰ ‘মায়াবিনী' গীত।

15/10/2025

📌আপোনালোকে ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখক। নিশ্চয় ন্যায় পাব জুবিন গাৰ্গে।

15/10/2025

📌বাক্সাৰ পৰিস্থিতিক লৈ বিস্ফোৰক প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলোতে ৰাজনীতি সোমাই আছে।

15/10/2025

📌'কা'ৰ আন্দোলনে অসমত যি ক্ষতি কৰিছিল, এনে আন্দোলনেও বহুদিনলৈ ক্ষতি কৰিব।
📌সাধাৰণ জনতাই ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰখা উচিত।
📌সামাজিক মাধ্যমৰ জৰিয়তে জনতাক প্ৰৰোচিত কৰাৰ চেষ্টা কৰি আছে একাংশই।

15/10/2025

📌আজি বাক্সা জিলাত উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই শেষ কৰিলে বাহন।
📌নিয়ন্ত্ৰনৰ বাহিৰত, বাক্সা জিলা কাৰাগাৰৰ চৌদিশে উত্তপ্ত পৰিস্থিতিৰ দৃশ্য।

📌 জুবিন হত্যাকাৰীৰ কি শাস্তি বিচাৰে অসমবাসীয়ে।
15/10/2025

📌 জুবিন হত্যাকাৰীৰ কি শাস্তি বিচাৰে অসমবাসীয়ে।

📌মহাভাৰত’ৰ ‘কৰ্ণ’ খ্যাত পংকজ ধীৰৰ মৃত্যু...
15/10/2025

📌মহাভাৰত’ৰ ‘কৰ্ণ’ খ্যাত পংকজ ধীৰৰ মৃত্যু...

15/10/2025

📌 প্ৰশাসনৰ ওপৰত জুবিন অনুৰাগীৰ শিলাবৰ্ষণ। গুৰুতৰভাৱে আহত আৰক্ষী, প্ৰশাসনৰ লোক।

Address

Assam , Morigaon
Marigaon
782105

Telephone

+916003113747

Website

Alerts

Be the first to know and let us send you an email when Pragati Live Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pragati Live Assam 24×7:

Share