Kabita technical

Kabita technical My Self Kabitta Rani Das.I live in Guwahati Assam( India).Singing is my hobby.love music, love my family ❤️❤️❤️

চকুপানী ৰখাবো নোৱাৰিলোঁ 😭
29/05/2025

চকুপানী ৰখাবো নোৱাৰিলোঁ 😭

12/04/2025

Jai Hanuman Jai Bajrangbali 🙏❤️🙏
12/04/2025

Jai Hanuman Jai Bajrangbali 🙏❤️🙏

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ, আগন্তুক ৰঙালী বিহুৰ এই সুন্...
02/04/2025

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ, আগন্তুক ৰঙালী বিহুৰ এই সুন্দৰ উপহাৰ মোলৈ পঠিওৱা বাবে 🙏❤️🙏 আৰু মহোদয় আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈও জনালোঁ 🙏

বৰফৰ মাজত আমি    ゚viralfbreelsfypシ゚viral      #
25/03/2025

বৰফৰ মাজত আমি
゚viralfbreelsfypシ゚viral #

 #নাজিৰাস্থিত বাবা অগ্নিনাভ মন্দিৰ দৰ্শন কৰিলোঁ 🙏
20/03/2025

#নাজিৰাস্থিত বাবা অগ্নিনাভ মন্দিৰ দৰ্শন কৰিলোঁ 🙏

ঔম শান্তি 🙏
15/03/2025

ঔম শান্তি 🙏

"সুৰৰে পানচৈ চলে ধীৰে ধীৰে
সুৰৰে পানচৈ চলে।
জীৱনৰে লগৰী অ' কবিতা কুঁৱৰী
তোমাৰ বন্তি জ্বলে।।"

অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ শিল্পী,সুৰকাৰ,গীতিকাৰ,শিক্ষাবিদ তথা সুলেখিকা ড° লক্ষ্যহীৰা দাস বাইদেউৰ দেহাৱসানৰ খবৰ শুনি ব্যথিত হ'লোঁ। অনাতাঁৰ শিল্পী হিচাপে কেইবাটাও দশক তেখেতে সংগীত অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছিল। বাইদেউৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

14/03/2025

আপোনালোকলৈ ফাকুৱা উৎসৱৰ শুভ কামনা জনালোঁ ❤️

Address

N. H . 17
Mirza
781122

Website

Alerts

Be the first to know and let us send you an email when Kabita technical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share