jaan volgs

jaan volgs আন দহ (১০) জনৰ দৰে মোকো আগুৱাই যাবলে সহায় কৰিব।🙏 আপোনালোকৰ মৰম আৰ্শীবাদ পালে নিশ্চয় আগুৱাই যাব পাৰিম।🙏🥰❤️

04/07/2025
𝙶𝚘𝚘𝚍 𝚗𝚒𝚐𝚑𝚝.🌑🌃      কবিতা টি এবাৰ পঢ়ি শৈশৱলৈ অলপ ঘুৰি যোৱা।💞❤️‍🩹😘
01/05/2025

𝙶𝚘𝚘𝚍 𝚗𝚒𝚐𝚑𝚝.🌑🌃
কবিতা টি এবাৰ পঢ়ি শৈশৱলৈ অলপ ঘুৰি যোৱা।💞❤️‍🩹😘

07/05/2024

কথা দিছিলা তুমি মোক ৭ টা জনম লগতে থাকিম বুলি বহুত আশা দিছিলা এখন ধূনীয়া সংহাৰ পতা কিন্ত তুমি কি কৰিলা কলিতেই ফুল পাঁহ ছিঙি পেলালা।।

তোমাৰ সপোনৰ বাবে মোৰ সকলো সপোন শেষ কৰি দিলো। তোমাৰ সপোনৰ বাবে মৰমৰ মা-দেউতাক এৰি তোমাৰ ওচৰত আহিলো মাত্ৰ তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ তুমি মোক কিয় এনেকৈ মাৰি পেলালা অ" 😭 ৭ জনম লগত থকা প্ৰতিশ্ৰুতি দি ৭ মাহতে কিয় মাৰি পেলালা এয়াই তোমাৰ প্ৰতিশ্ৰুতি।।

মোৰ ভূল ক'ত কোৱা তোমাৰ পৰকীয়া প্ৰেমৰ কাৰণে মই পতিবাদ কৰিছিলো, আৰু মই মধ্য বিত্ত ঘৰৰ ছোৱালী হোৱাতোৱে মোৰ ভূল ন

# # তুমি তোমাৰ শিক্ষাৰ প্ৰৰিচয় দিলা তুমি এই শিক্ষাই দিছা এজন শিক্ষক হৈ । সকলো মাক দেউতাকক কৈছো নিজৰ লেবেল ওচৰ চুবুৰীয়াক দেখাবৰ বাবে নিজৰ কন্যাক মৃত্যু মুখলৈ থেলি নিদিব এজন ধনী ল'ৰা বিছৰাতকৈ এজন সৎ ল'ৰা বিছাৰক ( ক্ষমা কৰিব সকলোকে কোৱা নাই)
পংখী বাৰ আত্মাই চিৰ শান্তি লাভ কৰক।।🙏

বাক্য গঠন আৰু বানান ভূলৰ বাবে ক্ষমা কৰিব🙏


( নাম:- গকুল বৰা)

(গাওঁ:- নেমুপথাৰ )

(জিলা:- ডিব্ৰুগড়)

24/06/2023

প্ৰকৃতিৰ দুৰ্যোগৰ ফলত ৰাষ্টা বোৰি আছে।😭

21/05/2023

মৰম🥰🥰😍😍😍🥰

19/05/2023

My dear firands🥰😍😍😍🥰🥰😍🥰😍❤️❤️❤️

Address

Moran

Website

Alerts

Be the first to know and let us send you an email when jaan volgs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to jaan volgs:

Share