25/08/2025
#351
To
Nabajyoti patiri
Department of chemistry
5th semester
Heyy ধুনীয়া মোৰ ভাল লগা লৰাজন❤️।তোমাক কিয় ইমান ভাললাগে নে ভালপাও মই নিজেই নাজানো।যেতিয়া তোমাক দেখো তেতিয়া লগৰ জনিক কও যে তাইক মোৰ ভাল লাগে ।কিন্তু সিহঁতি চোন তোমাক কিবা গুণ্ডা টোৰ নিচিনা লাগে বুলিহে কয়।কিন্তু মোৰ চোন তোমাক তেনেকুৱা নালাগে হয়টো ভালপাওঁ কাৰণে চাগে।জানো তোমাৰ দুচকুয়ে আন কাৰোবাক ভাল পায়।তাই তোমাক কিমান ভালপায় মই নাজানো,কিন্তু মই তোমাক বহুত বেছি ভালপাওঁ নৱ দা।আজি এটা বছৰে তোমাক যদি বেলেগৰ সৈতে চাব পৰিছে ,বাকী বছৰ কেইটাও পাৰিম দিয়া।মাথোঁ তুমি সুখী হোৱা।তুমি ওচৰেদি পাৰ হৈ গলে যি অনুভৱ হয়, সেইয়া মই তোমাক বুজাব নোৱাৰিম ।(আৰু তুমি জানো বুজিবা) 😌😪
তোমাৰ দুচকুত আনৰ প্ৰতি হাজাৰ ভালপোৱা কতনো তোমাৰ আশাত জিলিকি থকা মোৰ দুচকুলৈ তুমি ভ্ৰূক্ষেপ কৰিবা ।কেতিয়াবা ভাবো তোমাক দুৰৰ পৰা চাই থাকি মই ইমান সুখী,তুমি যাৰ কাষত থাকা, তুমি যাৰ বুকুত হোৱা ,তেওঁ চাগে কিমান সুখী ।💖
অপেক্ষা কৰিম তুমালৈ মোৰ এই শৰীৰৰে শৱৰ নাম নোপোৱাকৈ।🌸
ইতি
তোমাৰ চিনাকি অচিনাকীৰ কোনোবা☺️
Admin: তোমাৰ অচিনাকি কোনোবা আক' দেই......🫶