
19/11/2023
অনুগ্ৰহ কৰি Post টো SHARE কৰিব নমস্কাৰ মোৰ নাম প্ৰদীপ বিশ্বাস।
মোৰ ঘৰ মৰিগাঁওৰ ভূৰাগাঁও অঞ্চলত।
সহায় বিচাৰি মই এই post টো দিছো।
মোৰ দেউতাৰ 🧠 Brain MRI কৰাৰ ফলত Brain tumor পুবা গৈছে| আজিৰ পৰা 20 দিনৰ আগত GATE hospital ত ভৰ্তি হৈ আছিল আৰু তাতে খৰছ পাতি বহুত ।যিহেতু আমি আৰ্থিক ভাৱে বহুত একেবাৰে দুৰ্বল আৰু আমাৰ সাচতিয়া ধন গোটেই শেষ হৈছে আৰু গুৱাহাটী GMC IUC WITH VENTILATOR seat নোপোৱা বাবে বৰ্তমান GNRC GOOD HEALTH HOSPITAL ত ৰাখিছো কোনো সদাশয় ব্যক্তিয়ে আমাক যদি সহায় কৰে বহুত ধন্য হম । আজিলৈকে মোৰ দেউতাৰ Sence আহা নাই লগতে আমাৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মহোদয় PIJUSH HAZARIKA, Ramakanta Dewri , keshab Mahanta, Himanta biswa Sharma ডাঙৰীয়াকো অনুৰোধ জনালোঁ ।
ধন্যবাদ 7896997136