STV News Assam

  • Home
  • STV News Assam

STV News Assam “নিজক জানিবলৈ, নিজক প্ৰতিপন্ন কৰক।” ধন্যবাদ!

🔴STV News Assam ৰ উদ্যোগত এক আকৰ্ষণীয় ফটো প্ৰতিযোগিতা !  #পুৰস্কাৰ_সমূহঃ➡️প্ৰথম পুৰস্কাৰঃ Redmi A4 5G Phone/Samsung Gal...
23/07/2025

🔴STV News Assam ৰ উদ্যোগত এক আকৰ্ষণীয় ফটো প্ৰতিযোগিতা !

#পুৰস্কাৰ_সমূহঃ
➡️প্ৰথম পুৰস্কাৰঃ Redmi A4 5G Phone/Samsung Galaxy A14 5G Phone (যিকোনো এটা)।
➡️দিত্বীয় পুৰস্কাৰঃ Mountain Bicycle লগতে ৫০০ টকা।
➡️তৃতীয় পুৰস্কাৰঃ ৩০০০ (তিনি হাজাৰ) টকাৰ লগতে হাত ঘড়ি।

#প্ৰতিযোগিতাৰ_নিয়ম_সমূহঃ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হ'ব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হ'ব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "STV News Assam" পেইজত আপলোড কৰা হ'ব।
৪) ৩১ অক্টোবৰ, ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা Views আৰু Reach ৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হ'ব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো, প্ৰতিযোগিৰ নাম আৰু জিলাৰ নাম ।
৭) ➡️ 7002520408 (WhatsApp) নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৮) বিজয়ী সকলক STV News Assam ৰ কাৰ্য্যালয়তে পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

বিঃদ্রঃ- STV News Assam পেইজটো Follow কৰা বাধ্যতামূলক।

Your hashtag code:

Address


Telephone

+918822017266

Website

Alerts

Be the first to know and let us send you an email when STV News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to STV News Assam:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share