STV News Assam

  • Home
  • STV News Assam

STV News Assam আপোনাৰ অঞ্চলৰ যিকোনো বাতৰি আৰু বিজ্ঞাপনৰ বাবে আপোনাৰ কাষত সদায় থাকিব "STV News Assam" যোগাযোগ কৰক 8822017266 নম্বৰত ।

23/12/2025

সংখ্যালঘু কত সুৰক্ষিত?
📍ভাৰত নে বাংলাদেশত।

ধিং সমষ্টিত AIUDFৰ প্ৰাৰ্থী মতিউৰ ৰহমান
23/12/2025

ধিং সমষ্টিত AIUDFৰ প্ৰাৰ্থী মতিউৰ ৰহমান

22/12/2025

লাহৰিঘাট বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি ডা° ফৰিদুল হুছেইনৰ।

জনাওঁক আপোনাৰ মতামত
22/12/2025

জনাওঁক আপোনাৰ মতামত

22/12/2025

লাহৰীঘাট সমষ্টিত কংগ্ৰেছে জনমত চাই টিকট দিলে মোক দিব লাগে বুলি মন্তব্য কৰে ডাঃ ফৰিদুল হুছেইনে।

21/12/2025

10 January / 2026 ... Howly , Barpeta khel

21/12/2025

মুখ্যমন্ত্রী আপুনি ৰাজতন্ত্ৰ বাদ দি গণতন্ত্র পদ্ধতিৰে অসম খন চলাবলৈ চেষ্টা কৰকঃ ইউনুছ তামুলী

19/12/2025

নীতিশ কুমাৰৰ বিৰুদ্ধে ওলাই আহিছে লাখ লাখ হিন্দু মুছলমান মহিলা।

18/12/2025

👉 উৰিয়ামঘাটত মিঞা উচ্ছেদৰ নামত কোনে খালে লাখে লাখে টকা ?
👉 মুঠ ঘৰ উচ্ছেদ ২,৫২৪ টা মাত্ৰ ।
👉 জে চি বি আৰু এক্সেভেটৰৰ তেলৰ বাবদ খৰচ ৬৪,৪০,৯৪৭ টকা ।
👉 জে চি বি আৰু এক্সেভেটৰৰ ভাড়া এতিয়াও দিয়া হোৱা নাই ।
👉 অৰ্ধ সামৰিক বাহিনী , পুলিচ , বন বিভাগ আৰু প্ৰশাসনিক বিষয়া সকলৰ খাদ্যৰ বাবদ খৰচ ২৯,৮২,৯৯০ টকা ।
👉 উৰিয়ামঘাটত বৃক্ষ ৰোপনৰ বাবদ খৰচ ৫,৫৬,০০ টকা ।
সকলোৱে এবাৰ ভাবক চোন !!! কোনে কিমান টকাকৈ কমিছন খালে ।

লাহৰিঘাট সমষ্টিৰ বিধায়ক হিচাপে আপুনি ২৬'ত কাক বিচাৰে?
18/12/2025

লাহৰিঘাট সমষ্টিৰ বিধায়ক হিচাপে আপুনি ২৬'ত কাক বিচাৰে?

17/12/2025

সাংসদ গৌৰৱ গগৈ চাহাব আপোনাক অনুৰোধ কৰিছোঁ এইটো আমাৰ মাথাৰ বোজা নমাই দিয়ক
লাহৰীঘাট বিধান সভা সমষ্টিৰ ভোটাৰ ৰাইজৰ ক্ষোভ বিধায়ক আছিফ নাজাৰৰ বিৰুদ্ধে।
ভোটাৰ ৰাইজে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক অনুৰোধ জনাইছে আছিফ নাজাৰৰ দৰে বিধায়ক নালাগে বুলি।

Gaurav Gogoi

16/12/2025

👉বিজেপিক ভোট নিদিলে পাপে চুব মুছলমানক
👉আল্লাই ক্ষমা নকৰিব বিজেপিক ভোট নিদিয়া মুছলমানক’
🚨বিজেপি বিধায়ক ৰমাকান্ত দেউৰীক প্ৰত্যুত্তৰ দিলে মুছলমান ব্যক্তিয়ে।

Address


Telephone

+918822017266

Website

Alerts

Be the first to know and let us send you an email when STV News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to STV News Assam:

  • Want your business to be the top-listed Media Company?

Share