News Evd

News Evd daily news

28/08/2026

কৃত্ৰিম বানত ডুব গৈছে মহানগৰী, যোৰাবাট। বিধ্বংসী পৰিস্থিতি।

26/08/2026

উজনি অসমৰ বানপীড়িত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। PMAYৰ অধীনত ৩.৮ লাখ গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ। ৫০০০ কোটি টকা ব্যয়েৰে ঘৰ নিৰ্মাণৰ কৰিব চৰকাৰে

21/08/2026

অসমীয়াৰ উগ্ৰমূৰ্তি দেখি হাতযোৰ কৰিবলৈ বাধ্য হ'ল মেঘালয় আৰক্ষীয়ে। মেঘালয়ৰ মন্ত্ৰীক পহুখেদা। মেঘালয়ৰ মিনিষ্টাৰ, DC, SP, DSP অসমলৈ কোনো আহিব নোৱাৰিব। বিকাশ অসমৰ সকীয়নি।

16/08/2026

আমেৰিকা-ইজৰাইলৰ বন্ধুত্ব শেষ, প্ৰধানমন্ত্ৰী পদো এৰিব লাগিব পাৰে বেঞ্জামিন নেতান্যাহুৱে

11/08/2026

ইৰানৰ ধাৰাবাহিক আক্ৰমণত থৰকাছুটী হেৰুৱাইছে ড'নাল্ড ট্ৰাম্পে।সন্মুখীন হৈছে বৃহৎ ক্ষয়-ক্ষতিৰ।

05/08/2026

জিলাই জিলাই জাৰি কৰিলে অৰেঞ্জ এলাৰ্ট।

04/08/2026

মহা বিপদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ বিৰুদ্ধে নিজ দেশৰ ২৫খন ৰাজ্যৰ গৱৰ্ণৰৰ গোচৰ

29/07/2026

কিমান বিপদত ট্ৰাম্প-নেতান্যাহু?
আমেৰিকাৰ শক্তি ভাণ্ডাৰ শেষ!
ইফালে আমেৰিকাৰ ৰাজপথত নেতান্যাহুৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

19/07/2026

ইৰাণৰ কাষত ৰাছিয়া আৰু চীন। ফাতাহৰ শক্তিত ধূলিস্যাৎ ইজৰাইল-আমেৰিকাৰ দম্ভ। হাইপাৰচনিক মিছাইলেৰে আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ শক্তি প্ৰদৰ্শন...

13/07/2026

আৰম্ভ হ'ল মোজতবাৰ প্ৰতিশোধ।প্ৰথমটো প্ৰতিশোধ পূৰণ ট্ৰাম্পৰ এজন সহযোগীৰ লগত।এতিয়া লক্ষ্য মাথো ড'নাল্ড ট্ৰাম্প

Address

Garaimari
Morigaon
782104

Website

Alerts

Be the first to know and let us send you an email when News Evd posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share