Assam Jet

Assam Jet Inspiration,experience and Information based videos.

31/05/2026

Washing Machine কিনি দিলেও মাইকীৰ গালি কাৰণ Electricity Bill…..
So উপায় হ’ল Jun Electrical
Call - 7002553412 , 8453430301

🔥

29/05/2026

Eleana Gogoi one and only brave girl…..We should understand her (them )

26/05/2026

Eleana Gogoi Atithi

Full Video Link Comment Box ত আছে

24/05/2026

আচলতে ঘটনাটো কি……..

Full Video Link কমেন্টত আছে

23/05/2026

Angry Artist 😂 Mamu Bora Beauty Studio
In front of police reserve Morigaon

21/05/2026

অৱশেষত 10 Juneত ব‍্যৱসায়টো বন্ধ কৰিম বুলি ঠিৰাং কৰিলোঁ।
Loanৰ EMI আছে So Furniture খিনি 4 Lakh টকাত বিক্ৰী কৰিম ।
Comment Box ত Guest House টোৰ link আছে ।

21/05/2026

ধুবুৰীত সত্ৰ কেনেকৈ থাকিব পাৰে।আচৰিত কথা নহয়নে?
ভাৰত-বাংলাদেশ সীমান্তত গুৰুজনাৰ সত্ৰ। আচৰিত কথা…
Miya, Bangladeshi জেগাত শ্ৰীমন্ত শংকৰদেৱৰ নাতিয়েক বীৰ চিলাৰায়লৈ বিয়া দিয়া ঠাইখিনি আজিও সু-সজ্জিত কেনেকৈ….
কি কথা বাৰু এইয়া নহয়নে…..

20/05/2026

Msa Pramod Sagra আপোনাৰ জাতিৰ বাবে যুঁজ দিব পৰা, No Compromise স্থিতি আছে বুলি জানো ।ত‍্যাগৰ বাবে সাজু বুলি গম পাইছোঁ।
আৰু
Pijush Hazarika আপোনাৰ এই সমস‍্যা সমাধানৰউপায় তথা প্ৰধান ব‍্যক্তি আপুনি বুলিয়ে জানো। সেই সক্ষমতা আপোনাৰ আছে।
মোৰ জাতিৰ কোনো ভাই-ভনীয়ে যাতে কষ্টত ভুগিবলগীয়া নহয় সেই চিন্তা কৰিব বুলি অনুৰোধ। 🙏🏻🙏🏻🙏🏻

19/05/2026

ধুবুৰীৰ এইখিনিত উপস্থিত হৈ এইফালৰ পৰা বাংলাদেশী আহি আছে,গৈ আছে বুলি ক’লে ধুবুৰীৰ লোকসকলে বেয়া পায় । কিয়……….Full Video ৰ Link তলত আছে

18/05/2026

“মৰিগাঁও জিলা আয়ুক্তই দিয়া এইখন Valueless, এইখনত একো নাই, ইয়াত হাত চাপৰি মাৰিব লগা একো নাই”-

বিজেপিয়ে নগাঁও লোকসভা নিৰ্বাচনত তিৱা ৰাইজৰ ভোট পাবলৈ এইয়া টোপ ।

আমাৰ দাবী হ’ল এই ঠাইখিনিত বুলি নহয়Tiwa Autonomous Council ৰ অন্তৰ্গত 17 টা Tribal Belt and Block আৰু PGR,VGRত উচ্ছেদ কৰিব নোৱাৰিব ।
আৰু 20 তাৰিখে তাৰ লিখিত প্ৰতিশ্ৰুতি লাগিব ।
General Secretary of ATSU Msa Pramod Sagra

Address

Kushtoli To Laharighat
Morigaon

Website

Alerts

Be the first to know and let us send you an email when Assam Jet posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Jet:

Share

Category