Nation Live Daily Axom

Nation Live Daily Axom Nation Live Daily

17/06/2025

➡️৫৩ নং লাহৰীঘাট বিধানসভা সমষ্টিত এইবাৰ টিকট প্ৰত্যাশীৰ সংখ্যা প্ৰায় একুৰিৰ ঘৰত ৷

➡️কি হব বিধায়ক আচিফ নাজাৰৰ ভৱিষ্যত?

02/05/2025

পঞ্চায়ত নিৰ্বাচন ৰ প্ৰচাৰত প্ৰদেশ কংগ্ৰেছ ৰ মুখপাত্ৰ আব্দুল আজিজ আহমেদ ৰ উদাত্ত ভাষণ । BJP, AIUDF আৰু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা

01/05/2025

আনএকাডেমীয়ে চেমিনাৰ পৰিচালনা কৰে: পিক মাইণ্ড: শিক্ষাৰ্থীসকলৰ বৌদ্ধিক আৰু আৱেগিক সুস্থতা"

আনএকাডেমী কেন্দ্ৰগুৱাহাটীয়ে আজি তেওঁলোকৰ প্ৰথমখন আলোচনাচক্ৰ অনুষ্ঠিত কৰে।

13/04/2025

অৱশেষত স্কুটী ঘূৰাই পালে ৰুজী মুদৈ নামৰ যুৱতীগৰাকীয়ে ফটাশিল আৰক্ষীক ধন্যবাদ জনালে ৰুজী মুদৈ

27/03/2025

➡️ শিক্ষাৰ্থীৰ প্ৰতিবাদত পুনৰ কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ।
➡️ শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰৰ অভিযোগত ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ড৹ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ।
➡️ মজিয়াত বহি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক সৈমান কৰোৱাৰ চেষ্টা উপাচাৰ্য ননীগোপাল মহন্তৰ।

27/03/2025

এপেক্স বেংকৰ কেলেংকাৰী আৰু সাংবাদিক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ

26/03/2025

সাংবাদিক দিলোৱাৰ হুছেইনৰ ঘটনাৰ সন্দৰ্ভত KMSS সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া

25/03/2025

হোটেল ৰেডিশ্যন ব্লুৰ বাহিৰত কেৱল KKR, KKR...অনুৰাগীৰ এটাই আশা নিশ্চতভাৱে জয়ী হ'ব KKR। খেলুৱৈ সকলক শুভেচ্ছা আৰু উৎসাহ দিবলৈ ভীৰ কৰিছে KKRৰ সমৰ্থক।

25/03/2025

বিধানসভা জনসাধাৰণৰ আশা আকাঙ্খাৰ থলি। কিন্ত্ত শেহতীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ কাণ্ড কাৰখানাবোৰ ৰাইজক অতিশয় হতাশ কৰিছে। *বিদ্যুৎ শইকীয়া, সাধাৰণ সম্পাদক কৃষক মুক্তি সংগ্ৰাম সমিতি।*

25/03/2025

ঋণ মুক্ত অসমৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

25/03/2025

বেণ্ডেচ কৰা হাতেৰে game খেলাত ব্যস্ত উপাধ্যক্ষ মমিন

24/03/2025

দেৱব্ৰত শইকীয়া নোমল মমিনে গোচৰ দিলে আৰক্ষীয়ে সঠিক তদন্ত কৰিলে সকলো স্পষ্ট হ'ব

কিন্তু আৰক্ষীয়ে কি তদন্ত কৰিব সেইয়া জানো আমি

Address

Morigaon
782105

Telephone

+917002332741

Website

Alerts

Be the first to know and let us send you an email when Nation Live Daily Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share