Khobor Morigaon

Khobor Morigaon মৰিগাঁৱৰ প্ৰতিটো খৱৰ পলকতে... এতিয়াই FOLLOW কৰক খবৰ মৰিগাঁও

19/09/2025

🪔 বিদায় জুবিন দা 🪔

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃ/ত্যুচিংগাপুৰত এক দূৰ্ঘটনাত মৃ/ত্যু জুবিন গাৰ্গৰ Zubeen Garg Fan Club Nalbari
19/09/2025

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃ/ত্যু
চিংগাপুৰত এক দূৰ্ঘটনাত মৃ/ত্যু জুবিন গাৰ্গৰ Zubeen Garg Fan Club Nalbari

17/09/2025

মৰিগাঁও নগৰ মৎস্য ব্যৱসায় সমাজৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা

16/09/2025

নাগৰিকত্ব সংশোধনী আইন সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত মৰিগাঁৱত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ প্ৰ/তি/বা/দী কাৰ্যসূচী ৰূপায়ন

মৰিগাঁও জিলা কাৰাগাৰত পুনৰ অঘটন, পক্স গোচৰত অভিযুক্ত হৈ কাৰাবাস খাটি থকা কলিয়াবৰ আমবাগান গৰৈমাৰীৰ চফিকুল ইছলাম নামৰ এগৰ...
16/09/2025

মৰিগাঁও জিলা কাৰাগাৰত পুনৰ অঘটন, পক্স গোচৰত অভিযুক্ত হৈ কাৰাবাস খাটি থকা কলিয়াবৰ আমবাগান গৰৈমাৰীৰ চফিকুল ইছলাম নামৰ এগৰাকী কয়দীৰ মৃ/ত্যু

14/09/2025
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানত মহান শিল্পীজনাৰ বিভিন্ন ভাষাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰ...
13/09/2025

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানত মহান শিল্পীজনাৰ বিভিন্ন ভাষাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

13/09/2025

➡️মৰিগাঁও কানফলা মেলাআতিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা
➡️একেটা পৰিয়ালৰে দুগৰাকী কিশোৰীৰ সলিল স/মা/ধি ঘটাত অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ

12/09/2025

মায়ং আৰক্ষীৰ জালত দুজন জেছিবি চো/ৰ, এতিয়াও পলাতক মূল অভিযুক্ত জেচিবি চালক সুচিত্ৰ বিশ্বাস

11/09/2025

মৰিগাঁও নগৰৰ সমীপৱৰ্তী পছতীয়াত ৰাইজে আটক কৰি আৰক্ষীক গতালে দুই ছাগলী চো/ৰ/ক

10/09/2025

মৰিগাঁও নগৰৰ মাজমজিয়াত বানিজ্যিক বাহন চলাচলৰ দাবীত নগৰ ব্যৱসায়ীক সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান Morigaon District Administration

09/09/2025

👉নাগৰিকত্ব সংশোধনী আইনৰ বি/ৰো/ধি/তাৰে মৰিগাঁৱত বীৰ লাচিত সেনা অসমৰ প্ৰ/তি/বা/দ
👉কা বাতিলৰ দাবীত দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

Address

Morigaon
782105

Alerts

Be the first to know and let us send you an email when Khobor Morigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khobor Morigaon:

Share