All In One FM

All In One FM educational

এইয়াই এগৰাকীৰ ছোৱালীৰ জীৱন আৰু ত্যাগ 😭😭😭😭
07/06/2026

এইয়াই এগৰাকীৰ ছোৱালীৰ জীৱন আৰু ত্যাগ 😭😭😭😭

07/06/2026

এইকেইটা বয়স বাঢ়ি অহাৰ লগে লগে কোনো মূল্য নাই

Good Morning Everyone 🌄 ...
07/06/2026

Good Morning Everyone 🌄



...

Good Morning Everyone
06/06/2026

Good Morning Everyone

এখন ৰেষ্টুৰেণ্টত বহুবাৰ দেখা গৈছিল যে এজন ব্যক্তি (ভিক্ষাৰী) আহি ভিৰৰ সুবিধা লৈ ব্ৰেকফাষ্ট কৰি টকা নিদিয়াকৈ গোপনে ওলাই ...
06/06/2026

এখন ৰেষ্টুৰেণ্টত বহুবাৰ দেখা গৈছিল যে এজন ব্যক্তি (ভিক্ষাৰী) আহি ভিৰৰ সুবিধা লৈ ব্ৰেকফাষ্ট কৰি টকা নিদিয়াকৈ গোপনে ওলাই যায়। এদিন তেওঁ খাই থাকোতে এজন মানুহে দোকানৰ মালিকক গোপনে ক’লে যে এই মানুহজনে ভিৰৰ সুবিধা লৈ বিল নিদিয়াকৈ গুচি যাব।

তেওঁৰ কথা শুনাৰ পাছত ৰেষ্টুৰেণ্টৰ মালিকে হাঁহি এটা মাৰি ক’লে – একো নোকোৱাকৈয়ে তেওঁক যাবলৈ দিয়ক, আমি পিছত কথা পাতিম৷ সচৰাচৰৰ দৰে ভিক্ষাৰীজনে ব্ৰেকফাষ্ট কৰি ইফালে সিফালে চাই ভিৰৰ সুবিধা লৈ মনে মনে গুছি গ’ল। ভিক্ষাৰীজন যোৱাৰ পিছত তেওঁ ৰেষ্টুৰেণ্টৰ মালিকক ক’লে যে আপুনি মানুহজনক কিয় এৰি দিলে।

ৰেষ্টুৰেণ্টৰ মালিকে ক’লে আপুনি অকলেই নহয়, বহু ভাইয়ে তেওঁক দেখিছে আৰু মোক তেওঁৰ কথা কৈছে। ৰেষ্টুৰেণ্টখনৰ সন্মুখত বহি থাকে আৰু ভিৰ হোৱা দেখিলেই গোপনে খায়। মই সদায় আওকাণ কৰো আৰু কেতিয়াও বাধা দিয়া নাই, কেতিয়াও ধৰা দিয়া নাই আৰু কেতিয়াও অপমান কৰিবলৈ চেষ্টা কৰা নাই.. কাৰণ মই ভাবো এই ভিক্ষাৰীজনৰ প্ৰাৰ্থনাৰ বাবেই মোৰ দোকানখনত ভিৰ হৈছে ।

মোৰ ৰেষ্টুৰেণ্টৰ সন্মুখত বহি তেওঁ প্ৰাৰ্থনা কৰে যে, অলপ পিছতে এই ৰেষ্টুৰেণ্টখনত ভিৰ হওঁক যাতে মই ভিতৰলৈ সোমাই গৈ খাই সোনকালে ওলাই যাব পাৰো। আৰু অৱশ্যেই তেওঁ সোমাই আহিলেই সদায় ভিৰ থাকে। গতিকে এই ভিৰটোও সম্ভৱতঃ তেওঁৰ "প্ৰাৰ্থনা"ৰ পৰাই হৈছে।

হয়তো সেইবাবেই কোৱা হয় যে মই কাৰোবাক খুৱাইছো বুলি ইমান গৌৰৱ কৰিব নালাগে.. কোনে জানে কাৰ ভাগ্যৰ ফলত আমি নিজে খাই আছো!

✍️All in one FM

06/06/2026

Good Evening Everyone 🙏

.


..

06/06/2026

স্মাৰ্ট মানুহৰ কেইটামান বৈশিষ্ট্য

এইটো কৰক তেতিয়া আপুনি মহান হব পাৰিব .
06/06/2026

এইটো কৰক তেতিয়া আপুনি মহান হব পাৰিব

.

Good Morning Everyone🌅
06/06/2026

Good Morning Everyone🌅

05/06/2026

মানুহক আপুনি আপোনাৰ সৰ্ব্বচ্চ
উজাৰি দি হলেও সুখী কৰিব নোৱাৰে।
গতিকে সদায় নিজক লৈয়ে সুখী থাকক।

Address

MB Road MORIGAON , WARD NO-4, MORIGAON
Morigaon
782105

Alerts

Be the first to know and let us send you an email when All In One FM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to All In One FM:

Share