Khabar 24 axom

Khabar 24 axom Assam boy 01

26/05/2025

লাহৰীঘাট সমজিলাৰ অন্তৰ্গত বিজয়ী ৱাৰ্ড সদস্য সদস্যা সকলক আজি ২৬ মে ত বিজয়ী প্ৰমান পত্ৰ বিতাৰন কৰা হয়।

মৈৰাবাৰী জিলা পৰিষদ সমষ্টি আৰু লাহৰীঘাট জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত ৱাৰ্ড সদস্য সদস্যাক চাৰ্টিফিকেট প্ৰদান কৰা হয় ।

25/05/2025

মৰিগাঁও আৰু লাহৰিঘাট আৰক্ষীৰ যৌথ অভিযানত এজন দুধৰ্ষ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ।

21/05/2025

লাহৰিঘাটত এক্সন মুডত নৱ নিযুক্ত সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱা

22/03/2025

অৰুণোদয় আঁচনীৰ পৰা বঞ্চিত হৈ দৰিদ্ৰ হিতাধিকাৰিয়ে কৰিলে প্ৰতিবাদ।

17/03/2025

মৰিগাঁৱৰ লাহৰীঘাটত ৰাইজৰ প্ৰতিবাদ।

অৰুণোদয় আঁচনীৰ পৰা বঞ্চিত হৈ দৰিদ্ৰ হিতাধিকাৰিয়ে পঞ্চায়তৰ সন্মুখতে কৰিলে প্ৰতিবাদ।

16/03/2025

মৰিগাঁও জিলা আমছুৰ উদৌগত আৰু লাহৰীঘাট আঞ্চলিক আমছুৰ সহযোগত বিশ্বশান্তিৰ বাবে দোৱা ও সমূহীয়া ইফতাৰ অনুষ্ঠান ।মৰিগাঁও জিলা আমছুৰ উদৌগত আৰু লাহৰীঘাট আঞ্চলিক আমছুৰ সহযোগত বিশ্বশান্তিৰ বাবে দোৱা ও সমূহীয়া ইফতাৰ অনুষ্ঠান ।

11/03/2025

সদৌ কামৰূপ মহানগৰ লেখিকা সমাৰোহৰ‌ দিশপুৰ শাখাৰ মাহেকীয়া বৈঠক খন শাখাৰ সভানেত্ৰী বাসগৃহত ৮ মাৰ্চ তাৰিখ শণিবাৰে অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে সভাৰ সভানেত্ৰী ডা০সুলেখা চক্ৰৱৰ্তীয়ে। সভাৰ আৰম্ভণিতে সম্পাদিকা ৰঞ্জিতা ৰাণী বৰা ই বন্তি প্ৰজ্বলন কৰাৰ পিছতে সকলো সদস্যাই 'চিৰ চেনেহী 'গীত টি পৰিৱেশন কৰে।বিশ্ব নাৰী দিৱস উপলক্ষ্য ।সভাত এক আলোচনাচক্ৰত সকলো সদস্যাই ভাগ লয় । ইয়াৰ পিছত সভানেত্ৰী, সম্পাদিকা প্ৰমুখ্যে সদস্যা ক্ৰমে চুইটি গগৈ কলিতা, বন্তি গোস্বামী, সীমা প্ৰধান আৰু প্ৰণিতা ডেকা উপস্থিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, গীতিকাৰ,সুৰকাৰ, কণ্ঠশিল্পী লেখিকা ড০লক্ষহীৰা দাসৰ বাসগৃহত। তেখেতৰ কৰ্মৰাজীৰ বিষয়ে আলোচনা কৰি তেখেতক দিশপুৰ শাখাৰ তৰফৰপৰা সম্বন্ধনা জনাই আৰু দীৰ্ঘাআয়ু কামনা কৰে।

28/02/2025

(এছ.চি.চি .)অসম ৰ ৰাজ্যিক সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ জৰিয়তে মৰিগাঁও জিলা পঞ্চায়ত গৱেষণা কেন্দ্ৰ,ভূৰবন্ধা সভা কক্ষত (এছ. চি.চি.)ৰ পূৰ্ণাংগ মৰিগাঁও জিলা সমিতি গঠন।

27/02/2025

Breaking Laharighat
লাহৰীঘাটৰ অমৰাগুৰি গাঁৱত চিপলৈ আত্মহত্যা এজন যুৱকৰ ।

26/02/2025

লাহৰীঘাটৰ বিশিষ্ট সমাজকৰ্মী আবুল বাসাৰ আৰু আমাৰ মাজত নাই

25/02/2025

শিক্ষক মইনুল হক চৌধুৰীৰ কিছু কথাৰে।

25/02/2025

এচ.অ.পি.ডি.জি 2024-25 বৰ্ষৰ অধীনত হ'বলগীয়া এন.বি.ৰোড দাতিয়ালবড়ী হাইস্কুলৰ পৰা হালদিবড়ী পঞ্চায়ত হৈ পথৰ মেৰামতি কামৰ আধাৰ শিলা স্থাপন কৰে।

Address

Morigaon
782127

Website

Alerts

Be the first to know and let us send you an email when Khabar 24 axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share