Janatha Sambad

Janatha Sambad Welcome to Page Follow please

28/10/2022

কেকান কাপলাবড়ী ত আদৰ্শ অং গনবাড়ী কেন্দ্ৰ মুকলি কৰে বিধায়ক দিগন্ত বৰ্মনে ।

28/10/2022

অসমত চলি থকা মিঞা মিউজিয়াম বিতৰ্কৰ ওপৰত মন্তব্য প্ৰকাশ হিন্দু ক্ৰান্তি দল অসমৰ

26/09/2022

নলবাৰীত গণিত দিৱস উদযাপন।

22/09/2022

১৯১৮ চনতে স্থাপিত ডিগবৈৰ ইণ্ডিয়া ক্লাবটো দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৭৯ তম জন্মোৎসৱ পালন

14/09/2022

মৰিগাওঁ জিলাৰ খোলাগাওঁ আমকটা মুৱাজানত উত্তপ্ত পৰিস্থিতি । Janatha Sambad

10/09/2022

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তথা গাওঁয়ে-ভূয়ে,চহৰে নগৰে আলোৰনৰ সৃষ্টি কৰি অহা ,আৱাহন থিয়াটাৰ দলৰ কিছু দৃশ্যাংস Janatha Sambad

09/09/2022

নলবাৰী বৰধানতলীত অঘটন।
বিদ্যুৎপিষ্ট হৈ বিদ্যুৎ বিভাগৰ লোক নিহত/আহত কেইবাজনো লোক।
Janatha Sambad

07/09/2022

কাপলাবড়ীত বোৱাৰী নিৰ্জাতন ঘনটা পোহৰলৈ আহিলে৷ Janatha Sambad

06/09/2022

মৰিগাওঁ জিলাৰ শোলাগাওঁ আমকটা আই মাতৃ সকলৰ ভাদমাহ উপলক্ষ্যে নামৰ সুন্দৰ প্ৰদৰ্শন Janatha Sambad

05/09/2022

শিক্ষক দিৱস উপলৈক্ষে 5 September 2022

04/09/2022

ভূ মাফিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী যিমানে কঠোৰ নহওক কিয় একাংশ দালালে কিন্তু নামানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

01/09/2022

শংকৰ দেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যক অৱসৰৰ সিদ্ধান্তক তীব্ৰ প্ৰতিক্ৰিয়া।

Address

Khulagaon. Mahesh Dharm
Morigaon

Alerts

Be the first to know and let us send you an email when Janatha Sambad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share