Ramesh video

Ramesh video vlogs video and video clips

12/04/2026

04/04/2026


পৰম পূজ্যপাদ শ্ৰীশ্ৰী আচৰ্য্য দেৱৰ আৰু পৰম পূজনীয়া বৌৰাণী মাৰ আজি ২৭ তম বিবাহ বাৰ্ষিকীত শ্ৰী চৰণত শতকোটি কোটি প্ৰণাম যা...
02/02/2026

পৰম পূজ্যপাদ শ্ৰীশ্ৰী আচৰ্য্য দেৱৰ আৰু পৰম পূজনীয়া বৌৰাণী মাৰ আজি ২৭ তম বিবাহ বাৰ্ষিকীত শ্ৰী চৰণত শতকোটি কোটি প্ৰণাম যাচিছো ।
🙏 🙏🙏

21/09/2025

বিদায় জুবিন দা বিদায় 💔💔😇💔

21/09/2025

বিদায় জুবিন দা বিদায়...💔💔😇

20/09/2025

স্বামীৰ মৃত্যুৰ বেদনা বুকুত বান্ধি গৰিমা গাৰ্গ ৰাইজৰ এশাৰী মাত লগাবলৈ....

20/09/2025

এইটো সঁচা ভিডিঅ' নে মিছা ৰাইজ

পৰম প্ৰেমময় শ্ৰী শ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ ৩০ ভাদৰ ১৩৮ তম জন্ম মহোৎসৱ উদযাপন কমাৰবড়ী সৎসঙ্গ কেন্দ্ৰত পুৱা ৪.০০ বজাত প্ৰভা...
16/09/2025

পৰম প্ৰেমময় শ্ৰী শ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ ৩০ ভাদৰ ১৩৮ তম জন্ম মহোৎসৱ উদযাপন কমাৰবড়ী সৎসঙ্গ কেন্দ্ৰত পুৱা ৪.০০ বজাত প্ৰভাতী কীৰ্তন আৰু ৫.০৫ বজাত প্ৰাতঃকালীন বিনতি প্ৰাৰ্থনা, পুনৰ ৭.০৫ বজাত জন্ম লগ্ন পৰ্ব অনুষ্ঠিত হ'ব । জয় গুৰু 🙏🙏🙏

ভাল কামত যদি আপোনালোকে চৰকাৰক প্ৰশংসা কৰিব নোৱাৰে তেন্তে নিন্দা কৰাৰো অধিকাৰ আপোনালোকৰ নাই নে কি কয় আপোনালোকে ?
14/09/2025

ভাল কামত যদি আপোনালোকে চৰকাৰক প্ৰশংসা কৰিব নোৱাৰে তেন্তে নিন্দা কৰাৰো অধিকাৰ আপোনালোকৰ নাই নে কি কয় আপোনালোকে ?

Good Morning Everyone
07/09/2025

Good Morning Everyone

Address

Morigaon
782127

Alerts

Be the first to know and let us send you an email when Ramesh video posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ramesh video:

Share

Category