Doinik Assam Live

Doinik Assam Live নিৰপেক্ষ বাতৰি প্ৰকাশৰ প্ৰতি দায়বদ্ধ

21/05/2025
দেশৰ ৰাষ্ট্ৰপতি ৰ পৰা অৰ্জুন বঁটা গ্ৰহণ ক্ৰিকেটাৰ মহম্মদ ছামীৰ। Donik Assam Live ৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা
09/01/2024

দেশৰ ৰাষ্ট্ৰপতি ৰ পৰা অৰ্জুন বঁটা গ্ৰহণ ক্ৰিকেটাৰ মহম্মদ ছামীৰ। Donik Assam Live ৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা

28/12/2023

কিয় ইমান বিতৰ্কিত Mustafa Kamal Azhari ? মুখ্য অতিথি সত্য ৰঞ্জন বৰা কিয় ? উত্তৰ দিলে Mustafa Kamal Azhari য়ে।

21/12/2023

বঙাইগাঁৱৰ নাম্বাৰপাৰা ২য় খণ্ডৰ পৰা ৪ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ।

21/12/2023

মৰিগাঁও পৌৰসভাৰ উদ্যোগত সদৰ বিহুতলিত অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী।

21/12/2023

লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত অমৰাগুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনক লৈ ব্যাপক অনিয়ম

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীলৈ ২০২৩ বৰ্ষৰ অৰ্জুন বঁটা।
21/12/2023

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীলৈ ২০২৩ বৰ্ষৰ অৰ্জুন বঁটা।

21/12/2023

লাহৰীঘাট শিক্ষা খণ্ডত ,শিক্ষাৰ নামত দূৰ্নীতিৰ বেহা চলাইছে শিক্ষা খণ্ডৰ বিষয়াৰ লগতে বিদ্যালয়ৰ সহ পৰিদৰ্শকে !

21/12/2023

ৰূপহীহাটত মগনীয়াকলৈ ছিণ্ডিকেট সদৃশ ব্যৱসায় এজন লোকৰ।

20/12/2023

যোৱা ১৭ ডিচেম্বৰ তাৰিখে কলগাছিয়াত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ভিত্তিত ক্বোৰ-আন পাঠ ও গজল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা চাইলাবাৰি দাৰুল উলম ইছলামীয়া মাদ্ৰাছাৰ ছাত্ৰ জাহাংগীৰ আলমৰ কণ্ঠত এটি উৰ্দু গজল।

20/12/2023

লাহৰীঘাটৰ ২নং জৰিবৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক ফাইজুৰ ৰহমানক প্ৰৱেশত বাধা প্ৰদান একাংশ অনা অভিভাৱকৰ।

Address

Morigaon
782127

Telephone

+916379988268

Website

Alerts

Be the first to know and let us send you an email when Doinik Assam Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Doinik Assam Live:

Share