DNEWS ASOM

DNEWS ASOM News and Information for public

26/01/2023

জাগীৰোড বিবেকানন্দ ক্লাবৰ সোণালীৰ জয়ন্তীৰ উপলক্ষে শীত বস্ত্ৰ প্ৰদানৰ লগতে আয়োজন কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ।

25/01/2023

Golden Jubilee Celebration's Cultural Program of Vivekananda Clud, Jagiroad.

14/01/2023

জাগীৰোড বিবেকানন্দ ক্লাবৰ সোণালী জয়ন্তী আৰু স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ উপলক্ষে অৰ্ধ মাৰাথান দৌৰৰ প্ৰতিযোগিতাৰ আয়োজন।

16/12/2022

জাগীৰোডৰ গোখাঁই ওলোৱা বৰদং পথাৰত শালিধান তথা সোণগুটি চপোৱাত ব্যস্ত চহা কৃষকসকল । দাৱনীসকলো হাতত কাঁচি ধানদোৱাৰ মাজতে আনন্দত জুৰিচে বিহু আৰু তিৱা গীত।

16/12/2022

জাগীৰোডত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । ৰাতি দোকানৰ ৫ টা কৈ তলা ভাঙি চোৰে চলাই চুৰি কাৰ্য। লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী ।

Address

Jagiroad
Morigaon
782410

Telephone

+919365208187

Website

Alerts

Be the first to know and let us send you an email when DNEWS ASOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DNEWS ASOM:

Share