Inside Assam

Inside Assam ⚡️ Strong mind, strong spirit

25/04/2025

কছাৰিবড়ী নিৰ্বাচনী সভাত ফৰিদুদ জামান (ৰিংকু)ৰ হৈ খলিলুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ।

25/04/2025

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত ফৰিদুদ জামান (ৰিংকু) ৰ ৰাইজৰ আৰ্শীবাদ।

19/04/2025

কছাৰিবড়ী এ. জি. পি. ৰ নিৰ্বাচনী সভা ।
এ.জি.পি ৰ ৰাজ্যিক সাধাৰণ সম্পাদক সান্তনু শৰ্মাৰ গুৰুত্বপূৰ্ণ ভাষণ ।

18/04/2025

✅️ লাহৰীঘাট কংগ্ৰেছ দলৰ জিলা পৰিষদ সদস্যৰ মূখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় মুকলি । নিৰ্বাচনী ৰণ নীতি প্ৰস্তুত সভাত অংশ লয় বিধায়ক ডা : আছিফ মহম্মদ নাজাৰে ।

✅️ লাহৰীঘাট জিলা পৰিষদ সদস্যৰ এই সভাত জিলা , ব্লক , মণ্ডল কংগ্ৰেছৰ বিষয় ববীয়াসকল উফস্থিত থাকে । assam Congress Congress

17/04/2025

নিৰ্বাচনৰ সভাত

17/04/2025
16/04/2025

Good news for Forex trading by Lavish Chaudhary

15/04/2025

লাহৰীঘাটত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ দুগৰাকী প্ৰাৰ্থীয়ে ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দাখিল কৰা গুৰুতৰ অভিযোগ l

15/04/2025

লাহৰীঘাটত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ দুগৰাকী প্ৰাৰ্থীয়ে ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দাখিল কৰা গুৰুতৰ অভিযোগ l

14/04/2025

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকল ।

12/04/2025

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

12/04/2025

Arbitrage trading add kiya
Ab Income 10% to 15%

Address

Morigaon
782127

Alerts

Be the first to know and let us send you an email when Inside Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Inside Assam:

Share