M Live

M Live Vlogs and information

27/03/2024

পানীৰ পিয়াহ দূৰ কৰাত ব্যস্ত আমাৰ পবিতৰাৰ গৌৰৱে # এক বিৰল দৃশ্য৷*

21/03/2024

বহুদিনীয়া আশা পূৰণ হল ৷ ধৰমতুলৰ বিষ্ণু মন্দিৰত সেৱা কৰিবলৈ সুযোগ পালোঁ ৷

19/03/2024

এয়াই ৰাইজৰ মৰম ৷ অভিনেত্ৰী আইমী বৰুৱাক কাষত পাই মৰমেৰে উপচাই পেলাইছে অনুৰাগীয়ে ৷

18/03/2024

নতুন কণ্যাৰ দৰে সজাইছে অভিনেত্ৰী বৰষা ৰাণীৰ পুৰনি ঘৰ ৷ সজাইছে মন্দিৰ ৷এক বিশাল আয়োজন৷ সকলোৱে আহক # #

11/03/2024

কেৱল চেষ্টা কৰি যাওঁক
এদিন আপুনি সফল হবৈ # # # # # # # # # #

07/03/2024

সাৱধান পবিতৰাৰ দাতিকাষৰীয়া ৰাইজ ৷ নিশা উলাই নাহিব ৷ বনৰীয়া মহৰ আক্ৰমণত আপোনাৰো হব পাৰে অকাল মৃত্যু # # # # # # #

04/03/2024

যি কোনো মুহূৰ্তত হব পাৰে আপোনাৰ মৃত্যু৷ এই দলংখনেই এতিয়াহৈ পৰিছে মৃত্যু দূত # সৱধান হওক পকৰীয়া বাসী ৰাইজ # # # # # # # #

01/03/2024

মায়ং কলেজত ব্যতিক্ৰম # কলিকতাৰ সুন্দৰীয়ে দেখুৱাব কৃষি কৰ্মৰ বিপ্লৱ # চাৰি বছৰ অসমত থাকি কি পালে কি খালে ? চাওঁক এই Video #

29/02/2024

Good morning আৰু Good News . পবিতৰাৰ বনবিভাগৰ জালত ৮ জনকৈ চোৰাং মাছমৰীয়া ভাই #

28/02/2024

মায়ংৰ পাভকাটীত ভয়ংকৰ অগ্নিকান্ডৰ Exclusive # # #

22/02/2024

মায়ংত শ্বুটিঙত ব্যস্ত জনপ্ৰিয় কন্ঠশিল্পী জুবিন দা আৰু শিল্পী সান্নিধ্য কি কলে চাওঁক # # # #

20/02/2024

কি আচৰিত ? পৰ্যটকৰ সৈতে ধেমালিত ব্যস্ত পবিতৰাৰ গড়ঁ ৷

Address

Buraburi
Morigaon
782411

Website

Alerts

Be the first to know and let us send you an email when M Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share