15/05/2026
✍️বিপদৰ সময়ত মানুহেই মানুহৰ বাবে! এয়া এক জৰুৰী সহায়ৰ আহ্বান। তলত দিয়া QR Code আৰু Account Details ব্যৱহাৰ কৰি আপুনি আৰ্থিক সহায় আগবঢ়াব পাৰে।
✍️আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলে, অনুগ্ৰহ কৰি এই পোষ্টটো যিমান পাৰে শ্বেয়াৰ কৰক।
আপোনাৰ এটা শ্বেয়াৰে হয়তো এজন অসহায় যুৱকৰ জীৱন বচাব পাৰে।