আমাৰ অসম AS-21

আমাৰ অসম AS-21 Hello my name is Nayanmani Bora.I am running আমাৰ অসমAs-21 page.but this page is for entertainment
(4)

27/07/2025

📌 বিৰীণা সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা বিহু কৰ্মশালা শেষৰটো দিন।
📌 কি সুন্দৰ কৈ বজাইছে কছাৰী চেও টি।
আমাৰ অসম AS-21

25/07/2025

শুনিলে শুনি থাকিবলৈ মন যোৱা এটি কণ্ঠ।নগাঁও ৰ মিনাল দাস ৰ সুমধুৰ কণ্ঠত।।
।।যোৱা ৰাতি সপোনত, শংকৰগুৰুক দেখিলো।।
সকলোৱে এবাৰ শুনিবচোন।
আমাৰ অসম AS-21

21/07/2025

কি খবৰ আপোনাসৱৰ

21/07/2025

বৰদোৱা ৰ সত্যজিৎ বৰুৱা ৰ কণ্ঠত
"নৰ ৰূপে গুৰু তুমি"
সকলোৱে এবাৰ শুনিবচোন।।
আমাৰ অসম AS-21

21/07/2025

বটদ্ৰৱা ৰ দৰ্শনা বৰাৰ কণ্ঠত
কোকিলা গোস্বামী বাইদেউ ৰ এটি সুন্দৰ গীত।।
।। এক দুই তিনি চাৰি।।
সকলোৱে এবাৰ শুনিবচোন।

20/07/2025
20/07/2025

📌বিৰিণা সাংস্কৃতিক গোষ্ঠী (মৰিগাঁও)ৰ সৌজন্যত আয়োজিত বিহু কৰ্মশালাৰ শেষৰটো দিনৰ কিছু দৃশ্যাংশ

18/07/2025

সুমধুৰ কণ্ঠ ৰ গৰাকী মৰিগাঁও ৰ বিক্ৰম দাস ৰ কণ্ঠত ।
।। হৰি নাম লোৱা নিতে নিতে।।
সকলোৱে এবাৰ শুনিবচোন।।
আমাৰ অসম AS-21

এটি সুন্দৰ হৰিনাম আপোনাসৱলৈ আগবঢ়াই দিলো।। Video Link- https://yt.openinapp.co/2pdub।। বৈকুণ্ঠ ৰ হৰিনাম যোৰিবা।। কণ্ঠ- ব...
18/07/2025

এটি সুন্দৰ হৰিনাম আপোনাসৱলৈ আগবঢ়াই দিলো।।
Video Link- https://yt.openinapp.co/2pdub
।। বৈকুণ্ঠ ৰ হৰিনাম যোৰিবা।।
কণ্ঠ- বিক্ৰম দাস।।
আমাৰ অসম AS-21

16/07/2025

বৰ্তমান সময়ৰ নৱপ্ৰজন্ম পৰিচিত মৰিগাঁও পাৰ্থ প্ৰতিম ডেকাৰ কণ্ঠত-
।।আগলি অনুভবে।।
আমাৰ অসম AS-21

15/07/2025

তিনি বন্ধুৰ যুগলবন্দী
কণ্ঠ- ৰ্মিনাল দাস
বাঁহী- কৌশিক লষ্কৰ
খোল বাদক- নিকেশ লষ্কৰ।।
সকলোৱে এবাৰ চাৱচোন।।
আমাৰ অসম AS-21

15/07/2025

এইবাৰ নেগেৰা বাদকৰ ৰূপত
মৰিগাঁও ৰ ৰশ্মি বৰদলৈ।
ইমান সুন্দৰ কৈ বজাইচে
সকলোৱে এবাৰ চাৱচোন।।
আমাৰ অসম AS-21

Address

Morigaon

Alerts

Be the first to know and let us send you an email when আমাৰ অসম AS-21 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to আমাৰ অসম AS-21:

Share