News Assam8

News Assam8 সত্যৰ পথাৰত, উদ্ভাসিত সূৰুজ

24/11/2023

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কালদি গাঁৱত চলি থকা আঞ্চলিক জনতা গো-পূজাত আজি এক ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা হয়

23/11/2023

বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ এক ব্যতিক্ৰমী প্ৰয়াস। শ্ৰেণী কোঠা এৰি হাতে হাতে কাঁচিলৈ আঘোনৰ পথাৰত নামিল সোনগুটি চপাবলৈ,
বিভাগটোৰ অধ্যাপক-অধ্যাপিকাই অসমীয়া চহা জীৱনৰ প্ৰতি আকৰ্ষিত কৰাবলৈ ছাত্ৰ-ছাত্ৰীসকলক এইদৰে আঘোনৰ পথাৰলৈ আনে। য'ত ছাত্ৰ-ছাত্ৰী সকলে ৬ বিঘাকৈ পথাৰৰ সোনগুটি চপাই খেতিয়কক সকাহ দিবলৈ প্ৰয়াস কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ এনে ব্যতিক্ৰমী প্ৰয়াসক খেতিয়কৰ লগতে সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা কৰে I

21/11/2023

মৰিগাঁৱত আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন

11/11/2023

দিপাৱলীৰ সময়ত ফটকা ফুটাওতে সাৱধান।

11/11/2023

মৰিগাঁৱৰ ট্ৰাক চালক য়াদুল আলিৰ কণ্ঠই আপোনাকো মোহিত কৰিব। ইতি পূৰ্বে জুবিন গাৰ্গৰ সন্মুখত গীত গাই জনপ্ৰিয় হৈছে য়াদুল আলি।

02/10/2023

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু অসম সমবায় মৰাপাট কলৰ সহযোগত গান্ধী জয়ন্তী উদযাপন ৷

02/10/2023

পশ্চিম কলিয়াবৰ খণ্ড উন্নয়নৰ অন্তৰ্গত হাতীগাঁও বাগিছা পঞ্চায়তত মোৰ দেশ মোৰ মাটি কাৰ্যসুচী ৷

02/10/2023

নলবাৰীৰ হৰিমন্দিৰৰ ৰাজহুৱা সভা সম্পন্ন ৷ ৰাজহুৱা মন্দিৰটোক ব্যক্তিগত বুলি নাভাবিবলৈ সাধাৰণ সভাৰ পৰামৰ্শ ৷

01/10/2023

মায়ঙৰ গৰুমাৰাত সংঘটিত হোৱা হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ ৷

01/10/2023

পুনৰ NSUI ৰ দখলত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয় ৷

01/10/2023

মৰিগাঁৱৰ লাহৰীঘাটত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷

01/10/2023

কলিয়াবৰত উপস্থিত হৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য ৷

01/10/2023

মাদলৰ চেৱল মুখৰিত উদয়ন চাহ বাগিছা

01/10/2023
01/10/2023

স্বচ্ছতাই সেৱা ২০২৩ উপলক্ষে আৱৰ্জনা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে কলিয়াবৰৰ জখলাবন্ধাত হাতে - হাতে ঝাড়ু লৈ শ্ৰমদান ৷

Address

Morigaon, SH-3, Morigaon Roha Road, Morigaon
Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when News Assam8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam8:

Share