Report24 Axom

Report24 Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Report24 Axom, Media/News Company, Morigaon.

➡️ সত্যৰ সন্ধানত, আপোনাৰ সৈতে-Report24 অসম
🫵 আমাৰ লক্ষ্য: সত্য সংবাদ, আপডেট নিউজ আৰু জনতাৰ মতামত আগবঢ়োৱা l

📞 যোগাযোগ কৰক:
📱 WhatsApp:9678995770
✉️ [email protected]
Facebook,Instagram,YouTube: Axom

31/08/2026

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ অন্তৰ্গত বৰচলাত বিজেপিৰ বিশাল ৰাজহুৱা সভা ।

30/08/2026

উজনিৰ বানপানীৰ সময়ত অসমত যি ভাতৃত্ববোধৰ এনাজৰী দেখা পাইছিলোঁ সেয়া শৃংখল চলিহাহতে বিনষ্ট কৰাৰ অভিযোগ মুছলিম ছাত্ৰ সন্থা,অসম (মুছা)ৰ সভাপতি আশ্বিক ৰাব্বানীৰ।
আমছুৰ সভাপতি ইমতিয়াজ হুছেইন এজন গৰীয়া খিলঞ্জীয়া মুছলমান হয়। তেওঁক অন কেমেৰাত বাংলাদেশী কোৱা মন্তব্যক গৰিহণা দিছে মুছাৰ সভাপতি আশ্বিক ৰাব্বানীযে।
শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক অন্যথা আন্দোলন হব

30/08/2026

নগাঁৱৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতা
জুৰীয়াত বিশাল ৰাজহুৱা সভাত গৌৰৱ গগৈৰ তীব্ৰ বাক্যবাণl

30/08/2026

শৃংখলা চলিহাৰ বিৰুদ্ধে নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

29/08/2026

মৰিগাঁৱত সাংবাদিকৰ সৈতে মত বিনিময় APCC ৰ সভাপতি গৌৰৱ গগৈৰ।

Address

Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when Report24 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share