Pompi Devi

Pompi Devi নমস্কাৰ🙏আপোনালোকক মোৰ video ৰ মাজলৈ স্বাগতম জনাইছো 🙏 সকলো ভালে থাকক❤️ ধন্যবাদ 🙏

Happy independence day 🇨🇮♥️❤️
15/08/2026

Happy independence day 🇨🇮♥️❤️

Happy independence day 🇨🇮🇮🇷🙏♥️❤️
15/08/2026

Happy independence day 🇨🇮🇮🇷🙏♥️❤️

❤️আমাৰ কলিজাজনী ডাঙৰেই হ‍ʼল আৰু❤️❤️ছোৱালী♥️ক'ত মৰমেৰে তাইক ডাঙৰ কৰিছোঁ.....কিন্তু এদিন তাইৰ ওপৰত মোৰ কোনো অধিকাৰ নাথাকিব...
12/08/2026

❤️আমাৰ কলিজাজনী ডাঙৰেই হ‍ʼল আৰু❤️
❤️ছোৱালী♥️
ক'ত মৰমেৰে তাইক ডাঙৰ কৰিছোঁ.....
কিন্তু এদিন তাইৰ ওপৰত মোৰ কোনো অধিকাৰ নাথাকিব।
কোনোবা এটা দিনত মোৰ মন বেয়া বা অসুখ হ'লে তাইক মোৰ ওচৰত ৰাখিবলৈ কিমান মানুহৰ অনুমতি ল'ব লাগিব নহয়নে বাৰু 😒
এদিন বিচাৰিলেও তাইক মোৰ ওচৰত নাপাম🤱 ছোৱালী ডাঙৰ কৰাটো কাৰো বাবেই ইমান সহজ কথা নহয়🤱♥️সেইবাবে কলিজা যিমানেই ডাঙৰ হৈ আহিছে সিমানেই মনটো ভালো লাগে আৰু দুখো লাগে😒
♥️কলিজা জনী ভাল মানুহ হওঁক তাকে বিছাৰো সদায়♥️
❤️❤️❤️❤️❤️

06/08/2026

♥️শাহু মা, শহুদেউতা এইবাৰ অকলেই মোৰ মাৰ ঘৰত আহিল🥰♥️ আৰু সকলো লগ হৈ আকাশীগংগা মন্দিৰলৈ বুলি গলোঁ 🙏♥️ ♥️
♥️♥️সময়খিনি স্মৃতি হিচাপে ইয়াতেই সাঁচি ৰাখিলোঁ ♥️🥰♥️

♥️শাওন মাহ বুলি মানুহজনে হাতত মেহেন্দী লগাই দিলে দেই♥️🥰 বাকী যিয়েই নহওঁক তেওঁৰ নিজৰ নামটো লিখিব কিন্তু এৰা নাই দেই🤪🫢♥️🥰...
04/08/2026

♥️শাওন মাহ বুলি মানুহজনে হাতত মেহেন্দী লগাই দিলে দেই♥️🥰 বাকী যিয়েই নহওঁক তেওঁৰ নিজৰ নামটো লিখিব কিন্তু এৰা নাই দেই🤪🫢♥️🥰🥰🥰

♥️যি ৰ'দ দিছে চকু মেলিবই নোৱাৰি🙏🙏🙏ওম নমঃ শিবায়🙏🙏🙏
04/08/2026

♥️যি ৰ'দ দিছে চকু মেলিবই নোৱাৰি🙏

🙏🙏ওম নমঃ শিবায়🙏🙏🙏

02/08/2026

কলিজামানু♥️♥️

Address

Morigaon
782106

Website

Alerts

Be the first to know and let us send you an email when Pompi Devi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share