Shraddha jeet SN

Shraddha jeet SN জীৱনৰ জখলা বগাই বগাই হেৰাই যাম
কোনোবা অচিন দেশত
ৰাঙলী সন্ধ্যাতে হয়তো মিলি যাম।

মই নিৰুদ্দেশ হ'ম💔
(1)

13/08/2026

সংসাৰৰ ৰং সলনি হ’বলৈ বেছি একো নালাগে… 😂

মই ‘Glow’ বিচাৰোঁতে তেওঁ ‘ৰং’ৰ কথাহে উলিয়াই দিলে! 🤣
এতিয়া কওকচোন, ৰংটো আচলতে কোনে বুজিলে? 😂

#পথাৰৰ_ৰঙ #আমাৰ_সংসাৰ #শ্ৰীমান_শ্ৰীমতী #অসমীয়া_ৰিল

12/08/2026

সংসাৰত বিয়া হয়, কিন্তু কিছুমান প্ৰতিশ্ৰুতিৰ ‘Memory’ নাথাকে 😂

বিয়াৰ আগৰ প্ৰতিশ্ৰুতিবোৰো কিবা পুৰণা চিনেমাৰ কাহিনী নেকি? 😂🎬
চিনেমা শেষ হ’লেই যেন কাহিনীও পাহৰি যায়! 🤣
#আমাৰ_সংসাৰ #শ্ৰীমান_শ্ৰীমতী #বিয়াৰ_কাহিনী

12/08/2026

টকাৰ হিচাপত সংসাৰৰ চিন্তা, চাকৰি নথকাৰ দুখ—দুয়োটাই একেলগে।

চাউলটো কেনেবাকৈ আহিব… কিন্তু দাইল-চেনীৰ ১০০ টকা ক’ৰ পৰা আহিব, সেই চিন্তাই আচল সমস্যা🤣

আমাৰ দৰে গাঁৱলীয়া ধেমালি চাবলৈ Follow কৰিব দেই!

#আমাৰ_সংসাৰ #শ্ৰীমতী_কাণ্ড #গাঁৱলীয়া_জীৱন

12/08/2026

সংসাৰত কিছুমান দিন এনেকুৱাই…
কিবা এটা বিচাৰোঁতে বিচাৰোঁতে কেতিয়া যে মানুহজনেই চিকাৰ হৈ যায় , গমেই নাপায় 😂

#আমাৰ_সংসাৰ #শ্ৰীমতী_কাণ্ড #গাঁৱলীয়া_জীৱন

11/08/2026

সুখী সংসাৰৰ গোপন ৰহস্য—কোনে কাক কিমান সোনকালে বুজি পায়! 😂 বিয়াৰ পিছত জীৱন সলনি নহয়… জীৱনৰ নিয়মবোৰহে সলনি হয়! 🤣❤️

#আমাৰ_সংসাৰ #শ্ৰীমতী_কাণ্ড #স্বামী_স্ত্ৰীৰ_ধেমালি #অসমীয়া_ৰিল

11/08/2026

সংসাৰৰ আচল সত্য এইটোৱেই নেকি বাৰু?


খং উঠাৰ সময়ত নহয় , ভয়টো খং শেষ হোৱাৰ পিছতহে লাগে! 😂😳

Follow for more Assamese Comedy Reels! ❤️

#আমাৰ_সংসাৰ #অসমীয়া_কমেডি

11/08/2026

পুৰুষৰ মহিমা… 🤣

শুনে ঠিকেই , কিন্তু কিমান বুজে—সেইটো আজিও ৰহস্য! 😂

আপোনালোকৰ ঘৰতো এনেকুৱা এজন আছেনে? 😜👇

#আমাৰ_সংসাৰ #শ্ৰীমান_শ্ৰীমতী #খাটী_অসমীয়া #অসমীয়া_কমেডি

10/08/2026

চাহ কাপত চেনি নাথাকিলে কি হ'ল, শ্ৰীমতীৰ ‘মিঠা কথা’খিনি আছে নহয়! ☕🤣 শ্ৰীমানৰ চাহৰ তৰ্ক আৰু মোৰ ৰাজকীয় উত্তৰ। শেষৰ হাঁহিটো চাবলৈ নাপাহৰিব!

#হাঁহিৰ_খুৰাক

10/08/2026

ৰিলতকৈ পথাৰৰ বনহে বেছি ভাইৰেল 🤣

শ্ৰীমানে ধাননি পথাৰত ৰিল বনাবলৈ গৈছিল, কিন্তু মোৰ ‘বন চাফা’ কৰা ডাইলগ শুনি থমকি ৰ’বলৈ বাধ্য হ’ল! 😳 পথাৰত কাম বেছি নে ৰিলত কষ্ট বেছি, সেইটো আপোনালোকেহে ক’ব পাৰিব। 🤣🤣

আপোনালোকৰ ঘৰতো এনেকুৱা ‘ভাইৰেল’ কামৰ ডিমাণ্ড বেছি নেকি? জনাওকচোন

মোৰ মৰমৰ ‘ডাইলগ চুৰ’ কৰা সকললৈ অলপ মৰম! 🤣😆আজিকালি কিছুলোকৰ funny post দেখিলে শ্ৰীমানে হাঁহি হাঁহি সুধিলে—“হেৰি, এইবোৰ তো...
10/08/2026

মোৰ মৰমৰ ‘ডাইলগ চুৰ’ কৰা সকললৈ অলপ মৰম! 🤣😆

আজিকালি কিছুলোকৰ funny post দেখিলে শ্ৰীমানে হাঁহি হাঁহি সুধিলে—
“হেৰি, এইবোৰ তোমাৰ ৰিলত কোৱা ডাইলগবোৰ নাছিল নেকি?” 🤔😄

মইও মিচিকিয়াকৈ হাঁহি মাৰি ক’লোঁ—
“হয় দিয়া! এতিয়া মোৰ ৰিলৰ ডাইলগবোৰৰ ডিমাণ্ড ইমান বেছি যে, ৰিলত কোৱাৰ পিছত funny post বনাবলৈও লাগে!” 🤣🤣

মোৰ ডাইলগ লৈ funny post বনোৱাত আপত্তি নাই। 😊
কিন্তু অকণমান ‘ক্ৰেডিট’ দিলেও ভাল লাগিলহেঁতেন। 🙏

পথাৰত কাম কৰি থাকোঁ যদিও, সময় উলিয়াই ৰিলৰ বাবে লিখা ডাইলগবোৰ আনৰ প’ষ্টত দেখিলে ভালেই লাগে—মোৰ সৃষ্টিবোৰ মানুহে ভাল পাইছে বুলি ভাবি। ❤️
মাথোঁ, কষ্ট কৰি সৃষ্টি কৰা কথাখিনিৰ সন্মান হিচাপে স্ৰষ্টাৰ নামটোও থাকক। 🌸

সৃষ্টিক সন্মান দিয়ক, স্ৰষ্টাকো সন্মান দিয়ক। ❤️🙏

Address

Gerua
Morigaon

Alerts

Be the first to know and let us send you an email when Shraddha jeet SN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share