ADT News

ADT News भारत भर की खबरों के लिए ADT News से जुड़े रहें
https://youtube.com/-wp2vr

07/09/2024

⏩আপুনি জানেনে ?
⏩হীৰাৰ ৰং সাধাৰণতে কেনেকুৱা হয় বাৰু ?
⏩সমগ্ৰ বিশ্বত কিমান ৰঙৰ হীৰা পোৱা যায় ?
⏩বিশ্বৰ ভিতৰতে পোৱা অন‍্যতম বিৰল হীৰাবিধ কি ?

07/09/2024

⏩ডুবাইৰ ৰাজকন‍্যাৰ প্ৰেমত সমগ্ৰ বিশ্ব !
⏩পৃথিৱীৰ সকলোতকৈ ধনী আৰু ডুবাইৰ সকলোতকৈ সুন্দৰী ৰাজকুমাৰী শেখা মেহৰা
⏩তেওঁ এটা নিশাত খৰচ কৰে ৯৫ কোটি টকা !

07/09/2024

⏩সাৱধান !
⏩আপুনিও জুখতকৈ বেছি টুপনি যায় নেকি ?
⏩আপুনি হয়তো নাজানে
⏩আপোনাৰ অতিৰিক্ত টুপনিয়ে মাতি আনিব পাৰে ভয়ংকৰ বিপদ !

07/09/2024

মাশাআল্লাহ কি মধুৰ কণ্ঠত মিলাদ শৰীফ পাঠ কৰিছে, এবাৰ শুনিলে বাৰে বাৰে শুনিব আপুনিও।

06/09/2024

⏩গ্ৰামাঞ্চল সমূহত সহজেই উপলব্দ হোৱা এবিধ বনৌষধি হ'ল 'চিৰতা' !
⏩সোৱাদত বেয়া হ'লেও অনেক ৰোগৰ বাবে ৰামবান ঔষধ এইবিধ বনৌষধি !
⏩যিয়ে নিৰাময় কৰিব পাৰে আপোনাৰ নানান ৰোগ

06/09/2024

⏩কুইণ্টল সোণেৰে ভাৰতত নিৰ্মাণ কৰা মছজিদটোৰ বিষয়ে আপুনি জানেনে ?
⏩য'ত আছে ১৭ টা সোণৰ গম্বুজ !
⏩কোনে কেতিয়া আৰু কিয় নিৰ্মাণ কৰিছিল এই মছজিদ ?

06/09/2024

📌আপোনালোকৰ তেনেই পৰিচিত এবিধ উদ্ভিদে ৰক্ষা কৰিব পাৰে আপোনাৰ প্ৰাণ !
📌নানান ৰোগৰ বাবে এই উদ্ভিদ বিধ হৈ পৰে মহৌষদ !
📌অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা এই বনৌষধি উদ্ভিদ বিধ কি বাৰু ?

06/09/2024

📌এক দুই নহয় ৬০ কোটি টকা লেনদেনৰ তথ‍্য !
📌ইমান কম সময়ত ক'ৰ পৰা আহিল ইমান ধন ?
📌কেৱল অসমৰে নে , নে বহি:ৰাজ‍্যৰো বহু ব‍্যক্তিয়ে বিশালৰ ওচৰত বিনিয়োগ কৰিছিল ধন
📌আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা বহু ৰৌ-বৰালি !

06/09/2024

📌বাংলাদেশ আৰু বাংলাদেশ হৈ নাথাকে !
📌অতি কম দিনত বাংলাদেশ পৰিণত হ'ব আফগানিস্তানলৈ !
📌পুনৰ বিৰ্তকৰ দিশে মুখ মেলিছে বাংলাদেশী লেখিকা তচলিমা নাচৰিনে

29/08/2024

📌এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত !
📌আগন্তুক সময়ত দ্ৰুতগতিত হ্ৰাস পাব পাৰে পুৰুষৰ শুক্ৰানুৰ সংখ্যা
📌Human Reproduction Update’ জাৰ্নেলৰ প্ৰতিবেদনত প্ৰকাশ ভয়ংকৰ তথ্য !
📌বিগত ৪৫ বছৰত পৰিসংখ্যাৰ আধাতকৈও অধিক হ্ৰাস পাইছে পুৰুষৰ শুক্ৰানু
📌পিছে কিয় শুক্ৰাণুৰ সংখ্যা কমি আহিছে পুৰুষৰ ?
📌এজন পুৰুষৰ শুক্ৰাণুৰ সংখ্যা কিমান হোৱাটো উচিত ?

28/08/2024

📌সৰ্বগুণসম্পন্ন আপেলৰ বাকলি !
📌চমৎকাৰী গুণেৰে ভৰপূৰ আপেলৰ বাকলি
📌আপেলৰ দৰে ইয়াৰ বাকলিও কোনো গুণেই কম নহয় !
📌আপেলৰ দৰে ইয়াৰ বাকলিয়ে আমাৰ স্বাস্থ‍্যত কেনে ভূমিকা পালন কৰে আপুনি জানেনে ?

28/08/2024

📌বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগৰ ওপৰত একাউন্টেণ্ট ছাদুৱাল আকন্দৰ প্ৰতিক্ৰিয়া

Address

Delhi
Mumbai
400001

Website

Alerts

Be the first to know and let us send you an email when ADT News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share