21/11/2025
নিখাৰীমূখ ৰাইজিং ষ্টাৰ ছ'চিয়েল ক্লাবৰ সৌজন্যত আয়োজিত নৈশ প্ৰাইজমানি নক-আউট কাবাডী প্ৰতিযোগিতাৰ আজি কোৱাটাৰ ফাইনেলৰ অন্তিম নিশা, প্ৰতিযোগিতা কৰিব নিজ ডবকা দিলদাৰ ক্লাব, চৌধুৰী বজাৰ NIC ক্লাব, TFCC চাৰিং পথাৰকে আদি কৰি ৬ টা শক্তিশালী দলে।
উপস্হিত থাকিব অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি সুকোৰ আলী ।