AB Live

AB Live A Neutral Assamese News Page

30/08/2026

জুৰীয়াত সংখ্যালঘু ৰাইজক green Signal দিলে গৌৰৱ গগৈয়ে

ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ'ব, আজানো আৰম্ভ হ'ব বুলি মন্তব্য গৌৰৱ গগৈৰ

নেপালৰ দৃশ্য
27/08/2026

নেপালৰ দৃশ্য

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰিছিল পঞ্চীয়েমুখ্যমন্ত্ৰীয়ে পঞ্চীক বাংগালুৰুত কৰি দিছে চিকিৎসাৰ ব্যৱস...
27/08/2026

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰিছিল পঞ্চীয়ে
মুখ্যমন্ত্ৰীয়ে পঞ্চীক বাংগালুৰুত কৰি দিছে চিকিৎসাৰ ব্যৱস্থা

27/08/2026

নেপালৰ ভয়ংকৰ দৃশ্য

জুৰীয়া চামধৰাৰ পন্সী শইকীয়া নামৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত এই কণমানি গৰাকী বৰ্তমান আক্ৰান্ত হৈছে এক জটিল ৰোগত। পন্সীৰ মগ...
24/08/2026

জুৰীয়া চামধৰাৰ পন্সী শইকীয়া নামৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত এই কণমানি গৰাকী বৰ্তমান আক্ৰান্ত হৈছে এক জটিল ৰোগত। পন্সীৰ মগজুত ধৰা পৰিছে এক বৃহৎ টিউমাৰ।
চিকিৎসকে জৰুৰীভাৱে উন্নত চিকিৎসা আৰু জটিল অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে যদিও, তাৰ বাবে প্ৰয়োজন হৈছে পৰিয়ালটোক বৃহৎ পৰিমাণৰ ধন। কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ পক্ষে এই ধন যোগাৰ কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে।

Himanta Biswa Sarma
Pijush Hazarika

A+ তেজৰ অতি জৰুৰী প্ৰয়োজন 🩸এগৰাকী ব্যক্তি এটা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান A+ তেজৰ অতি জৰুৰী প্ৰ...
21/08/2026

A+ তেজৰ অতি জৰুৰী প্ৰয়োজন 🩸
এগৰাকী ব্যক্তি এটা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান A+ তেজৰ অতি জৰুৰী প্ৰয়োজন হৈ পৰিছে।
সেয়ে, যিসকলৰ A+ ৰক্তৰ গ্ৰুপ আছে আৰু ৰক্তদান কৰি সহায় কৰিব বিচাৰে, অনুগ্ৰহ কৰি আগবাঢ়ি আহক।
আপোনাৰ অলপ সময় আৰু এটা ৰক্তদানে এগৰাকী অসুস্থ মানুহৰ জীৱন ৰক্ষাত সহায় কৰিব পাৰে। 🙏
নাম:-মজিবুৰ ৰহমান (শিক্ষক)
গাও :- শালপাৰ
📞 যোগাযোগ: [8011180440]
স্থান: B বৰুৱা কেঞ্চাৰ হস্পিতালত
অনুগ্ৰহ কৰি পোষ্টটো শ্বেয়াৰ কৰি দিয়ক, যাতে বাতৰিটো অধিক লোকৰ ওচৰ পায়।

17/08/2026

ফেচবুক কমেণ্টযোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰক আলীয়ে কিন্তু
ইফালে স্থানীয় লোকৰ মতে মোবাৰক আলীৰ পঢ়া শুনা নাই
অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্তত হে ওলাব ঘটনাৰ আঁৰৰ ৰহস্য

07/08/2026

আগে আগে VIP চোৰ, পিছে পিছে ৰূপহীহাট আৰক্ষী!

05/08/2026
04/08/2026

Address

Nagaon South
782124

Telephone

+919864897903

Website

Alerts

Be the first to know and let us send you an email when AB Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AB Live:

Shortcuts

Share