TIME 20 NE

TIME 20 NE সুস্থ, সৱল, সাংবাদিকতাৰ প্ৰতিশ্ৰুতিৰে। জনতাৰ কণ্ঠ।

ধিংগাঁৱৰ নুৰুজ্জামান চাহাব আৰু আমাৰ মাজত নাই।আজি দিনৰ ১.৩০ বজাত পশ্চিম ধিংগাঁও ঈদগাহ মাঠত নুৰুজ্জামান চাহাবৰ জানাজা নামা...
11/06/2026

ধিংগাঁৱৰ নুৰুজ্জামান চাহাব আৰু আমাৰ মাজত নাই।
আজি দিনৰ ১.৩০ বজাত পশ্চিম ধিংগাঁও ঈদগাহ মাঠত নুৰুজ্জামান চাহাবৰ জানাজা নামাজ অনুষ্ঠিত হ'ব। তেখেতৰ মৃত্যুত বৃহত্তৰ অঞ্চলৰ জুৰি শোকৰ ছাঁ পৰিছে।

দগাঁও - ধিংগাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি তথা ধিংগাঁৱৰ বিশিষ্ট সমাজসেৱক নুৰুজ্জামান আৰু আমাৰ মাজত নাই।
10/06/2026

দগাঁও - ধিংগাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি তথা ধিংগাঁৱৰ বিশিষ্ট সমাজসেৱক নুৰুজ্জামান আৰু আমাৰ মাজত নাই।

লিচু পাৰিবলৈ গছত উঠাই চিৰদিনৰ বাবে পংগু কৰিলে আলিটাঙনীৰ যুৱক ৰাজিবুল হকক। মৃত্যুৰ সৈতে যুঁজি আছে গুৱাহাটী মেডিকেল কলেজ হ...
07/06/2026

লিচু পাৰিবলৈ গছত উঠাই চিৰদিনৰ বাবে পংগু কৰিলে আলিটাঙনীৰ যুৱক ৰাজিবুল হকক। মৃত্যুৰ সৈতে যুঁজি আছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত । ন্যায় পাবনে দুখীয়া পৰিয়ালৰ ৰাজিবুল হকে ?

এই দুখজনক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ আলিটাঙনীত। আলিটাঙনীৰ অতিশয় দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী এইজন ৰাজিবুল হকক ঘৰৰ ওচৰৰে এজন ব্যক্তিয়ে লিচু পাৰিবলৈ গছত উঠাইছিল। প্ৰায় ২০ ফুট উচ্চতাৰ পৰা পৰি ককাল ভাঙি বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজিবুল হক। অসহায় পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকে খুজি মাগি কোনোমতে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে দুটাকৈ মেজৰ অপাৰেশ্যন কৰিব লাগিব বুলি জানিব দিয়ে। এতিয়া প্ৰশ্ন হয়- এইবোৰ জানি বুজিও এই দুখীয়া পৰিয়ালটিৰ কাষত থিয় হ'বলৈ কোনো নাই। দগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ দৃষ্টিগোচৰ কৰিলোঁ। ৰাজিবুলে আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বিছনাত পৰি ছটফটাই আছে, আৰু চাই আছে ন্যায় পামনে।

দুখীয়া মানুহক সহায় কৰি ভাল পোৱা পতিয়া চাপৰি গাঁৱৰ বিশিষ্ট সমাজ সেৱক আ: ৰফিক চৌধুৰী আৰু আমাৰ মাজত নাই। অঞ্চলজুৰি শোকৰ ...
05/06/2026

দুখীয়া মানুহক সহায় কৰি ভাল পোৱা পতিয়া চাপৰি গাঁৱৰ বিশিষ্ট সমাজ সেৱক আ: ৰফিক চৌধুৰী আৰু আমাৰ মাজত নাই। অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান।গুৱাহাটীত দেহাৱসান অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ। ৯৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে প্ৰিয়দা...
03/06/2026

বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান।
গুৱাহাটীত দেহাৱসান অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ।
৯৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে প্ৰিয়দা গগৈৰ।
পুৱা ৬.২০ বজাত মৃত্যু অখিল গগৈৰ মাতৃৰ।

---শোক বাৰ্তা ---পতিয়া চাপৰি গাঁৱৰ নিবাসী ইয়াহিয়া খান আৰু আমাৰ মাজত নাই। তেখেতৰ জানাজা নামাজ অহাকালি ০১-০৬-২৬ তাৰিখ স...
31/05/2026

---শোক বাৰ্তা ---
পতিয়া চাপৰি গাঁৱৰ নিবাসী ইয়াহিয়া খান আৰু আমাৰ মাজত নাই। তেখেতৰ জানাজা নামাজ অহাকালি ০১-০৬-২৬ তাৰিখ সোমবাৰে পুৱা ১০ বাজি ৩০ মিনিটত পতিয়া চাপৰিৰ নিজ বাসগৃহত অনুষ্ঠিত হ'ব।

29/05/2026

জীৱন জ্যোতি নিচামুক্তি ও পুনৰ সংস্থাপন কেন্দ্ৰই দিছে বহুতৰে নতুন জীৱন।
আজিয়েই যোগাযোগ কৰক -9859297978 ফোন নম্বৰত।
নগাঁও জিলাৰ চলচলী চিলঙনী স্থিত জীৱন জ্যোতি নিচামুক্তি ও পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

24/05/2026

আছিক মেডিকেল এণ্ড পলিক্লিনিক ৰ শুভ উদ্বোধনী অনুষ্ঠানত ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰ। লালুং গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

19/05/2026

যোগাযোগ কৰিব -8638293730 ফোন নম্বৰত।
ভাই- ভাই সৰিয়হ তেল স্বাস্থ্যৰ বাবে উপকাৰী। আপোনাৰ স্বাস্থ্যসন্মত মিঠা তেলৰ বাবে আজিয়েই আহক জুৰীয়াৰ থিয়টাঙনী স্থিত ভাই ভাই সৰিয়হ তেল ইণ্ডাষ্ট্ৰীত।

17/05/2026

ঈদ উপলক্ষে Bajaj WEGO P7012 ত বাম্পাৰ অফাৰ। যোগাযোগ কৰিব -9365965643 ফোন নম্বৰত।

Address

Nagaon
Nagaon South

Website

Alerts

Be the first to know and let us send you an email when TIME 20 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share