Songbad24 Assam

Songbad24 Assam Regional news portal

09/03/2026

এফালে T20 বিশ্ব কাপত জয়ী ভাৰতীয় দল,আনফালে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভিক্টৰ!

09/03/2026
17/02/2026

✍️কাছমাৰি টকৌবাৰি মৰা সোণাই পথাৰৰ তিৱা বেল্টৰ কৃষি ভূমিত মিঞা খেদা অভিযান স্থানীয় ৰাইজৰ।

17/02/2026

16/02/2026

APSCক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ। ফলাফল প্ৰকাশ কৰি আকৌ ফলাফল বাতিল কৰা কাৰ্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া।

16/02/2026

কি সিদ্ধান্ত ল'ব ভূপেন বৰাই? ভূপেন বৰাৰ অসন্তুষ্টিৰ কাৰণ কি? নিজ বাসগৃহত সংবাদমেলযোগে জনালে ভূপেন বৰাই।

16/02/2026

ভূপেন বৰা কেৱল নিমিত্তেহে মাত্ৰ, কংগ্ৰেছৰ বাবে ৰকিবুল হুছেইন বাঘটোৰ দৰে,নেজত ধৰি ল'লে এৰিব নোৱাৰা হ'ল।বিৰোধী ঐক্যৰ সৈতে মিত্ৰতা বিষয়ক সকলো আলোচনাৰ দায়িত্ব ভূপেন বৰা আৰু ৰকিবুল হুছেইনক দিয়াৰ সন্দৰ্ভত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ প্ৰতিক্ৰিয়া।

15/02/2026

✍🏻বিৰোধী মিত্ৰজোঁটে অজাপক এৰি দিব নেকি বঢ়মপুৰ বিধানসভা সমষ্টি? বঢ়মপুৰত কি স্থিতি কংগ্ৰেছ দলৰ?কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰঞ্জিত বৰাৰ প্ৰতিক্ৰিয়া..

Address

Nagaon
782141

Telephone

+919401075324

Website

https://www.youtube.com/@songbad24Assam

Alerts

Be the first to know and let us send you an email when Songbad24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Songbad24 Assam:

Share