Voice of Murajhar

Voice of Murajhar নিৰপেক্ষ সংবাদ পৰিৱেশন কৰা আমাৰ লক্ষ্য।
(3)

07/09/2025

নমিনীৰাজত সচাকৈয়ে বিধ্বস্ত হৈছে নেকি AIUDF?
মছজিদ- কবৰস্থান- চৰকাৰী ৰাস্তাৰ পৰা কিমান শতাংশ কমিচন লয় বিধায়কে?
প্ৰতিটো চৰকাৰী কামৰ পৰা বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলে সংগ্ৰহ কৰে ৩০ শতাংশ কমিচন:ৰেজাউল।
মোৰাঝাৰৰ এখন ৰাজহুৱা সভাত বিধায়ক ছিৰাজুদ্দিন আজমলক অপেন চেলেঞ্জ ৰেজাউল কৰিমৰ।
ৰেজাউল কৰিম চৌধুৰীৰ Challenge Accept কৰিবনে ছিৰাজুদ্দিন আজমলে?

বদৰুদ্দিন আজমলক শুকুৰ আলীৰ লগত তুলনা:ৰেজাউল কৰিম চৌধুৰীৰ।
06/09/2025

বদৰুদ্দিন আজমলক শুকুৰ আলীৰ লগত তুলনা:ৰেজাউল কৰিম চৌধুৰীৰ।

06/09/2025

বিন্নাকান্দিৰ ৰাজনৈতিক নেতাসকলক কি আহ্বান জনালে ৰেজাউল কৰিম চৌধুৰীয়ে?
এআইইউডিএফ ক কঠোৰ সমালোচনা ৰেজাউল কৰিম চৌধুৰীৰ।

06/09/2025

মছজিদ-কবৰস্থান-ৰাস্তাৰ চৰকাৰী কামত ৩০ শতাংশ কমিচন লয় বিধায়ক চিৰাজুদ্দিন আজমলে:ৰেজাউল কৰিম চৌধুৰী।

06/09/2025

চৰকাৰী কামৰ পৰাই ৩০ শতাংশ কমিচন লয় বিধায়ক ছিৰাজুদ্দিন আজমলে।
সতীৰ্থ সন্মিলনত ৰেজাউল কৰিম চৌধুৰী।

05/09/2025

উদণ্ড যুৱকৰ তাণ্ডৱ।
কোনোমতে প্ৰাণ ৰক্ষা পথচাৰীৰ।
CCTV ফুটেজ ভাইৰেল সামাজিক মাধ্যমত।

অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান হৃদৰোগত আক্ৰান্ত।বৰ্তমান গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি।
04/09/2025

অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান হৃদৰোগত আক্ৰান্ত।
বৰ্তমান গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি।

কাৰ জনপ্ৰিয়তা বেছি?বিন্নাকান্দিৰ বিধায়ক হিচাপে কোন যোগ্য?
03/09/2025

কাৰ জনপ্ৰিয়তা বেছি?
বিন্নাকান্দিৰ বিধায়ক হিচাপে কোন যোগ্য?

ভাৰতীয় ক্ৰিকেট তাৰকা মহাম্মদ ছিৰাজৰ আজি জন্মদিন। আপুনিও জনাওঁক জন্মদিনৰ শুভেচ্ছা।
03/09/2025

ভাৰতীয় ক্ৰিকেট তাৰকা মহাম্মদ ছিৰাজৰ আজি জন্মদিন।
আপুনিও জনাওঁক জন্মদিনৰ শুভেচ্ছা।

জনাওঁক আপোনাৰ মতামত?
03/09/2025

জনাওঁক আপোনাৰ মতামত?

03/09/2025

নীলবাগানৰ সদৰগাঁৱত মোৰাঝাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্রাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

Address

Nagaon

Telephone

+919954911164

Website

Alerts

Be the first to know and let us send you an email when Voice of Murajhar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Voice of Murajhar:

Share