09/12/2025
আজি কাতিমাৰি গাঁওত National Campaign Gender Equality উদ্যোগত জীবিকা সখী বাইদেউ আৰু সমাজৰ সচেতন মহিলা সকলে সমাজৰ পৰা ড্ৰাগছ, বাল্যবিবাহ, আৰু নাৰী নিৰ্যাতনৰ ওপৰত এক বিশাল ৰোডশ্বত প্ৰায় ১০০০ হাজাৰ ৰো অধিক মহিলায় এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।