20/07/2026
AXOM PLUS আৰু TIME 100 AXOM NORTHEAST-ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অহা ১৫ আগষ্টত আয়োজন কৰা হৈছে এক বিশেষ শিশু প্ৰতিভা সন্ধান প্ৰতিযোগিতা।
আপোনাৰ সন্তানৰ প্ৰতিভা প্ৰদৰ্শন কৰা ৩ মিনিটীয়া ভিডিঅ' আমালৈ প্ৰেৰণ কৰক।
ভিডিঅ' প্ৰেৰণ কৰক: 8811914599 অথবা 99540 48702 হোৱাটছএপ নম্বৰত ।