15/06/2026
📌ৰাইজৰ ৰুদ্ৰৰূপ দেখি পলায়ন অপকৰ্মত লিপ্ত থকা পুৰুষ–মহিলাৰ।
📌দেহ ব্যৱসায়ৰ ঘাটিত স্থানীয় ৰাইজৰ অভিযান।
📌 ৰাইজে উত্তম মধ্যম শোধালে আইজুল হক নামৰ এজনক।
📌নগাঁৱৰ ম’হঘুলি লাওখোৱা ৰোডত উত্তপ্ত পৰিস্থিতি।