Zaman.unofficial

Zaman.unofficial হ্যালো বন্ধু হকল তো আপোনালোকে মো‌র পেজটো Follow করি দিয়ক।

25/10/2023

#একশ্ৰেণীৰমানুহতকৈজন্তুভাল।
এই কুকুৰ টো ৬ মাহ আগতে মালিকৰ ঘৰৰ পৰা হেৰাই গৈছিল। ইমান দিন ধৰি বিচাৰি ফুৰাত কতো পোৱা নাই। আজি হঠাতে সন্ধান হ'ল বেলেগ এখন ঠাইত। ল'ৰা-লৰি কৈ আগৰ মালিকৰ ঘৰৰ মানুহ আৰু মালিক জন সহ কুকুৰ টোক আনিবলৈ গ'ল। কুকুৰ টোৱে ইমান দিন ধৰি হেৰাই বেলেগৰ ঘৰত আছিল যদিও নিজৰ মালিকৰ কথা পাহৰি পৰা নাই। আজি হঠাত নিজৰ মালিকক দেখি আনন্দত উৎফুল্লিত হৈ পৰিল আৰু একে জাপত মালিকৰ কুলাত ওঠিগল। এই দৃশ্য টো দেখাৰ পাছত চকু পানী ওলাই আহিল। Post এটা নকৰি থাকিব নোৱাৰিলো। Video টো ভাল লাগিলে like comment share কৰিব। ♥️♥️♥️

11/10/2023

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী,অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী "পদ্মভূষণ" তৰুণ গগৈ দেৱৰ ৮৯তম জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো ।

This is Aniss
10/08/2023

This is Aniss

Address

Nagaon

Telephone

+19864250415

Website

Alerts

Be the first to know and let us send you an email when Zaman.unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Zaman.unofficial:

Share

Category