Axomia Live

Axomia Live Assamese Live is one of the digital media in Assam where you will have a gathering of all the news.

21/08/2025

Heart-touching performance by the students of Al-Hikmah Senior Secondary School, Nikharimukh, reenacting the tragic Jallianwala Bagh Massacre of 13th April 1919, on the occasion of the 79th Independence Day.

19/07/2025

নিখাৰীমূখৰ যুৱ সমাজৰ হৈ নতুনকৈ আৰম্ভণি কৰা "নিখাৰীমূখ ৰাইজিং ষ্টাৰ্ছ ক্লাব" ৰ তৰফৰ পৰা লোৱা প্ৰথমটো পদক্ষেপত এই ক্লাবৰ সদস্য সকলে প্ৰায় ৭০ ৰ‌ টা পৰিয়ালক ৰেচন ‌প্ৰদান কৰাৰ লগতে তেওঁলোকলৈ আৰ্থিক সাহয্যও আগবঢ়াইছিলে আৰু এই নতুন দীপ্তিময় অধ্যায়ৰ আৰম্ভণিয়ে নিখাৰীমূখবাসি লৈ এক সুখৰ বতৰা কঢ়িয়াই অনাৰ লগতে এই ক্লাবটোৰ উদ্‌গতিৰ বাবে আপোনালোক সকলোৰে সহায় - সহযোগিতা, মৰমৰ আৰু আদৰ কামনা কৰা হ'ল।

"নিখাৰীমূখ ৰাইজিং ষ্টাৰ্ছ ক্লাব"

19/07/2025
18/07/2025

ৰাইজৰ হকে কাম কৰিবৰ বাবে নিখাৰীমূখৰ যুৱ সমাজৰ দ্বাৰা এক নতুন সংযোজন

নিখাৰীমূখ ৰাইজিং ষ্টাৰ্ছ ক্লাব।

18/07/2025

ৰাইজৰ হকে কাম কৰিবৰ বাবে নিখাৰীমূখৰ যুৱ সমাজৰ হৈ এক নতুন সংযোজন

নিখাৰীমূখ ৰাইজিং ষ্টাৰ্ছ ক্লাব।

11/07/2025

Selecting Chairman and Vice- Chairman of Binnakandi Block by Congress party
Indian National Congress

21/06/2025

হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন কেম্পাচ।
Rabindranath Tagore University Hojai

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Axomia Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axomia Live:

Share