Rasidul Haque Vlogs

Rasidul Haque Vlogs My official Page

20/09/2025

জুবিন গার্গ জন্ম -18 November 1972 মৃত্যু -19 September 2025 Rip 😭🙏🙏🙏

13/09/2025
17/08/2025

14/08/2025

🇮🇳 ১৫ আগষ্ট – স্বাধীনতাৰ সোনালী প্ৰভাত 🇮🇳
"স্বাধীনতা কেৱল এটা শব্দ নহয়,
ই প্ৰতিটো সহীদৰ শেষ নিশ্বাস,
ই প্ৰতিটো মাকৰ চকুৰ লোৱনী,
ই প্ৰতিটো ভাৰতীয়ৰ হৃদয়ৰ গৌৰৱ।
আজি তিৰঙাৰ ছাঁত থিয় হৈ মই মাথোঁ কওঁ—
"মোৰ পৰিচয়, মোৰ অহংকাৰ – মই ভাৰতীয়!" ❤️🤍💚"

04/08/2025

প্ৰতিটো ৰাষ্ট্ৰত, প্ৰতিটো ৰাজ্যত মুসলমান মানুহ আছে। যদি কোনো ঠাইত মুসলমান নাথাকে, তেনেহলে সেই ঠাইয়ে ইমান আৰু ইবাদত বন্ধ হৈ যায়। এই পৃথিৱী আল্লাহে সৃষ্টি কৰিছে মাথোঁ তেওঁৰ ইবাদতৰ বাবে। যদি কোনো ঠাইত ইবাদত কৰা মানুহ নাথাকে, তেনেহলে সেই ঠাই ধ্বংস হ’ব – কিয়নো তাৰ কোনো অৰ্থ নাথাকে।

মুসলমান মানুহে আল্লাহৰ ইবাদত কৰে। আন ধৰ্মৰ মানুহে হ’লেও সেইদৰে ইবাদত নকৰে। সেয়ে মুসলমানৰ ওপৰত অত্যাচাৰ নকৰিব। মুসলমান নথাকিলে পৃথিৱীত ইবাদত থমকি যাব, আৰু ইবাদত থমকি গ’লে এই পৃথিৱীৰ অস্তিত্ব নাথাকিব।

আল্লাহে যাক ইবাদতৰ বাবে সৃষ্টি কৰিছে, সেইবোৰক সন্মান দিয়ক। সকল ধৰ্মক সন্মান দিয়ক, কিন্তু মুসলমানক হেয় নকৰিব – কাৰণ ইবাদত, ঈমান আৰু দয়া – এইবোৰেই পৃথিৱীৰ ভিটা।"

31/07/2025

"ঘৰ উচ্ছেদ, কিন্তু ঈমান উচ্ছেদ নহয়"

ঘৰ উচ্ছেদ কৰিলে নেকি শেষ হ’ব পথ?
এই পৃথিৱীখন ত অস্থায়ী, জান্নাত হে আমাৰ আসল ঘৰ।
বুলড’জাৰে আহে, বিধ্বংসী স্বৰে আহে,
কিন্তু মই কওঁ — লা ইলাহা ইল্লাল্লাহ, এই ঈমানে হৃদয় জ্বলে।

ওলোপতে ভাঙি দিয়ে ঘৰ,
কিন্তু কেতিয়াও ভাঙিব নোৱাৰিব আমাৰ ঈমানৰ কঁপাল।
নবীৰ ঘৰতো আহিছিল আগুন, আহিছিল দু:খৰ কাঁইট,
তথাপিও ৰছুলে ক’লে — “আল্লাহ মোৰ আশ্ৰয়, মই ভয় নকৰোঁ একো।”

BJP আহক, ঘর ভাঙক, ভূমি কাঢ়ি লওক,
আমাৰ ঈমান ত পাহাৰ, কোনো বাহিনীয়ে নুবঙাব।
ওলোকে দিয়ে উচ্ছেদ, আমি দিয়োঁ দোয়া,
আল্লাহৰ এটা হুকুমে — সলনি হয় গোটেই দুনিয়া।

17/06/2025

Good evening friend

19/05/2025

"শুভ রাত্রি"

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Rasidul Haque Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rasidul Haque Vlogs:

Share

Category