Mustakim Ansary9

Mustakim Ansary9 Welcome to my News NE Axom

21/10/2025

আজিও ন্যায় বিচাৰি অসমৰ ৰাইজ এইদৰেই ক্ষোভিত হৈ আছে,

21/10/2025

21/10/2025

জুবিন গাৰ্গক ন্যায় দিবলৈ আহ্বান এগৰাকী মৌলানাৰ

কংগ্ৰেছঃ মিৰা বৰঠাকুৰৰ সামাজিক মাধ্যমত বিষেশ পোষ্ট।মুখ‍্যমন্ত্ৰীয়ে কিমান আৰু অসমৰ মানুহক টুপি পিন্ধাব ? জুবিনৰ মৃত‍্যুৰ ...
21/10/2025

কংগ্ৰেছঃ মিৰা বৰঠাকুৰৰ সামাজিক মাধ্যমত বিষেশ পোষ্ট।

মুখ‍্যমন্ত্ৰীয়ে কিমান আৰু অসমৰ মানুহক টুপি পিন্ধাব ? জুবিনৰ মৃত‍্যুৰ পাছতো গছ কটা হৈছিল আৰু প্ৰতিবাদীক আতক কৰা হৈছিল !

21/10/2025

মই পদত্যাগ কৰিলে ৰাজ্যৰ ৫০% আন্দোলন আজিয়েই শেষ হৈ যাব, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী ৫০% আন্দোলনেই শেষ হৈ হব।
মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা

21/10/2025

🛑সাংবাদিকসকল বাক্সাৰ ঘটনাৰ বাবে দায়ী
🛑আপোনালোকে মানুহক মাতি আনি মন্তব্য লৈ উত্তেজিত কৰিছিল
🛑বাক্সাৰ নিকাচীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

দীঘলীপুখুৰীৰ এডালো গছ নাইকীয়া হোৱা নাইঃমন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
21/10/2025

দীঘলীপুখুৰীৰ এডালো গছ নাইকীয়া হোৱা নাইঃমন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

21/10/2025

নিকাছিৰ স্থানীয় লোকৰে মত বিনিময় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

🛑আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ধিং সমষ্টিত কংগ্ৰেছ দলৰ পৰা আপুনি কাক বিধায়ক হিচাপে বিচাৰে। 🛑কমেণ্টত জনাওক আপোনাৰ মত...
20/10/2025

🛑আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ধিং সমষ্টিত কংগ্ৰেছ দলৰ পৰা আপুনি কাক বিধায়ক হিচাপে বিচাৰে।

🛑কমেণ্টত জনাওক আপোনাৰ মতামত।

➡️বিজেপিৰ আই টি চেলক কঠোৰ ভাষাৰে সকিয়নি বিকাশ অসমৰ।➡️মাজনিশা ফেচবুকত বিশেষ পোষ্ট বিকাশ অসমৰ।
20/10/2025

➡️বিজেপিৰ আই টি চেলক কঠোৰ ভাষাৰে সকিয়নি বিকাশ অসমৰ।
➡️মাজনিশা ফেচবুকত বিশেষ পোষ্ট বিকাশ অসমৰ।


20/10/2025

20/10/2025

নগাওঁ জিলাৰ ৪ নং ভূৰবান্ধাৰ BLO ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

ভূৰবান্ধাৰ চাবিকুন নেহাৰ BLO যদিও সম্পূৰ্ণ কাম কাজ কৰে BLO ৰ স্বামী ছাইদুল ইছলামে ।

Address

Nagaon, India
Nagaon
782122

Alerts

Be the first to know and let us send you an email when Mustakim Ansary9 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share