NEWS NE AXOM

NEWS NE AXOM “সত্যৰ সন্ধানত, ৰাইজৰ স্বাৰ্থত — বিশ্বাসৰ এক আপোচবিহীন কণ্ঠৰ সৈতে আপোনাৰ কাষত, NEWS NE AXOM ”
(1)

16/08/2026

📌নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ব্যতিক্ৰমী পদক্ষেপ—আবেদৰচৰৰ ৰূপকোঁৱৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ ‘মায়াবিনী’ গালে জিলা আয়ুক্তগৰাকীয়ে।

15/08/2026

📌বহুবিবাহ-বাল্যবিবাহ নিৰ্মূল নকৰালৈকে ক্ষান্ত নহওঁঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!
📌‘প্ৰথম পত্নীক এৰিলে চৰকাৰী কৰ্মচাৰীৰ ২০% দৰমহা কৰ্তন’— স্বাধীনতা দিৱসৰ মঞ্চৰ পৰা মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা!

15/08/2026

📌১০ বছৰৰ প্ৰচেষ্টাৰ পিছত নগাঁও জিলা স্কাউট আৰু গাইডৰ ডাঙৰ সফলতা: প্ৰথম পুৰস্কাৰ লাভ কৰি উৎফুল্লিত দল"
📌"স্বাধীনতা দিৱসত নগাঁও জিলা স্কাউট আৰু গাইডলৈ শ্ৰেষ্ঠ পেৰেডৰ প্ৰথম পুৰস্কাৰ"

15/08/2026

📌দিল্লীত কংগ্ৰেছৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানক লৈ বিতৰ্ক
📌‘বন্দে মাতৰম’ৰ সময়ত ছোনিয়া গান্ধীৰ বিশেষ নিৰ্দেশক লৈ চৰ্চা!
📌ৰাষ্ট্ৰীয় সংগীতৰ সময়তো খৰ্গেৰ সৈতে কথোপকথন! ভাইৰেল ভিডিঅ’ক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া!

15/08/2026

🔷AIUDF দ'ল কেতিয়া আৰু কিয় জন্ম হৈছিল?
🔷আই এম ডি টি আইন বাতিলৰ পাছত গঠিত AIUDFক তীব্ৰ কটাক্ষ মন্ত্ৰী বিমল বৰাৰ!
🔷‘৮৬০ শ্বহীদৰ ত্যাগৰ মূল্য নুবুজা ৰাজনৈতিক শক্তিৰ ক্ষন্তেকীয়া সহমৰ্মিতা নল’ব’—স্বাধীনতা দিৱসত ৰাইজলৈ আহ্বান মন্ত্ৰী বিমল বৰাৰ!

15/08/2026

🔷নগাঁৱৰ ইটাপাৰা আৰক্ষী চকীত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন!
🔷স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচীৰে উখল-মাখল ইটাপাৰা আৰক্ষী চকীৰ পৰিৱেশ!

15/08/2026

🔷নগাঁৱত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন
🔷নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী!
🔷কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ!

15/08/2026

📌নগাঁৱত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য পেৰেড প্ৰদৰ্শন!
📌জিলা প্ৰশাসনৰ উদ্যোগত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন!

📌মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি, মুখ্যমন্ত্ৰীৰ ফেচবুক LIVE চলি থাকোঁতেই আব্দুল মুতালেব নামৰ একাউণ্টৰ ...
15/08/2026

📌মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি, মুখ্যমন্ত্ৰীৰ ফেচবুক LIVE চলি থাকোঁতেই আব্দুল মুতালেব নামৰ একাউণ্টৰ পৰা হত্যাৰ ভাবুকি!

15/08/2026

📌১ নৱেম্বৰৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অভিযান!
📌বাল্যবিবাহৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম চলি থাকিব — মুখ্যমন্ত্ৰী!
📌অসম আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ!
📌 বাল্যবিবাহ ৰোধৰ বাবে ৰাজ্যজুৰি পুনৰ অভিযান!

#বাল্যবিবাহ

Address

Nagaon

Alerts

Be the first to know and let us send you an email when NEWS NE AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share