Mustakim Ansary9

Mustakim Ansary9 Welcome to my News NE Axom

28/03/2025

কিমান ভয়াৱহ আছিল ভূমিকম্প? দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ।

27/03/2025

📌 সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ প্রথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে...

26/03/2025

গণতন্ত্ৰৰ জয়... সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ন্যায় দিলে আদালতে। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ। দিলৱাৰৰ জামিন মঞ্জুৰ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ।

26/03/2025

গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা পাণবজাৰ থানা অভিমুখে সাংবাদিকৰ প্ৰতিবাদী সমদল

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

23/03/2025

লাহৰিঘাটৰ উলুবাৰী গাঁও পঞ্চায়ত এলেকাত অৰুণোদয় আঁচনিত অনিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া বাচনি কমিটিৰ সদস্যৰ।

18/03/2025

ড্ৰেগন কেপচুলৰ পৰা ওলায়েই বিশ্ববাসীক হাঁহি হাঁহি অভিবাদন জনালে সুনীতা উইলিয়ামছে।

17/03/2025

🛑নগাঁৱত বৰ্তমানে চলি আছে অবৈধ ৰিহাৰ্ভ চেণ্টাৰ।

🛑চৰকাৰৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰে একাংশ ৰিহাৰ্ভ চেণ্টাৰে।

16/03/2025

📌ৰমজান মাহত মৰিগাঁওৰ কেইজনমান লোকৰ মহানুভতা।
📌পবিত্ৰ ৰমজান মাহত বিনামূলীয়া চেহেৰী বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিলে মৰিগাঁওৰ কেইজনমান লোকে।

15/03/2025

নগাঁৱৰ হেজাৰী ভাওনা মহোৎসৱত মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মা।

15/03/2025

🛑ৰূপহীহাট আৰক্ষীৰ বিহত সফলতা
🛑ৰূপহীহাট আৰক্ষীয়ে এটাৰ পিছত এটা অভিযান অব্যাহত ৰাখিছে।
🛑ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী।

15/03/2025

পঞ্চায়ত নির্ব্বাচন সমাগত। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ চামগুৰি সমষ্টিৰ গড়াজান জিলা পৰিষদৰ পৰা BJP,AGP দলৰ মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থীত্ব প্ৰত্যাশী এলিজা ৰহমান।

15/03/2025

'আৰক্ষীৰ ওপৰত আক্ৰমণ হ'লে মুখ্যমন্ত্ৰী নিমাতি হৈ থাকে।
পুলিচৰ বন্দুক কাঢ়ি লোৱাসকলক নধৰে কিয়?

বিজেপিৰ সদস্য বাবেই তেওঁলোকক নধৰে নেকি?

সাংসদ গৌৰৱ গগৈৰ মন্তব্য।

Address

Nagaon, India
Nagaon
782122

Alerts

Be the first to know and let us send you an email when Mustakim Ansary9 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share