Cobra News অসম

Cobra News অসম সত্যৰ সন্ধানত আমি

09/09/2025

বিহালী বিশিষ্ট সমাজকৰ্মী লক্ষণ ৰয়লৈ লুইত পৰীয়া বঁটা প্ৰদান..

03/09/2025

#অসমচৰকাৰ #মূখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ খুন্দাৰ পৰা বাছিল এগৰাকী মহিলা।

           #অসমচৰকাৰ
03/09/2025

#অসমচৰকাৰ

03/09/2025

03/09/2025

03/09/2025

অৱশেষত কৰিশ্মা নাথে ক্ষমা প্ৰাৰ্থনা মাঙিলে
কৰিশ্মা নাথে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহীৰূহৰ অমূল্য সৃষ্টিসমূহ অনুপযুক্ত ৰূপত পৰিবেশন কৰাৰ অভিযোগত সামাজিক মাধ্যমত তীব্ৰ বিতৰ্ক হৈ আছে । সংস্কৃতিপ্ৰেমীসকলে এই কাৰ্যক একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে। অৱশেষত, বিতৰ্ক শেষ কৰিবলৈ কৰিশ্মা নাথে ক্ষমা প্ৰাৰ্থনা জনাইছে।

30/08/2025

ক'ৰবাৰ পৰা আহি ঘৰলৈ সোমাইতে সাৱধানতা অৱলম্বন কৰক!দৰ্জাখন খোলোতে,ফ্ৰিজখন টানোতে,ফেনৰ চুইছটো দিওঁতে অলৱ চাব!বাতৰোম, কিটচেনৰোম,ৱাইটিং ৰোমত প্ৰৱেশ কৰোতে সাৱধানে কৰক!ডবাপিটা বৰষুণ, চাৰিওফালে পানী! সৰিসৃপ প্ৰানীয়ে আশ্ৰয় লব পাৰে আপোনাৰ সপোনৰ ঘৰখনত!

30/08/2025

#অসমচৰকাৰ

30/08/2025

#অসমচৰকাৰ অৰুণোদয় আঁচনি ফৰ্ম বিতৰণৰ নামত টকাৰ মুকলি বেহা।

29/08/2025

#অসমচৰকাৰ

29/08/2025

#অসমচৰকাৰ মানকাচৰত অৰুণোদয় আঁচনিত ব্যাপক খেলি মেলিৰ অভিযোগ।

29/08/2025

#অসমচৰকাৰ বিহালীত কেঁচা চাহপাতৰ মূল্য নিম্নগামী,ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থা,উচিত মূল্য প্ৰদানৰ দাবী : ক্ষুদ্ৰ চাহ খেতিয়কৰ

Address

Nagaon

Telephone

+919074712147

Website

Alerts

Be the first to know and let us send you an email when Cobra News অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Cobra News অসম:

Share