05/09/2026
জুৰীয়া আৰক্ষীৰ জালত তিনি দালাল!
সমগ্ৰ ৰাজ্যজুৰি ঠগ প্ৰবঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে প্ৰবঞ্চক দালালৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী।
ঠগ প্ৰবঞ্চক দালালিৰ অভিযোগত জুৰীয়াত গ্ৰেপ্তাৰ হয়,জুৰীয়া বগৰিগুৰীৰ আতিকুৰ ৰহমান, ওৰফে টেডি,নিজ জুৰীয়াৰ ফক্কৰ উদ্দিন ওৰফে ফক্কু আৰু দলনি জুৰীয়াৰ আবুল কালাম