Kachua Live 365

Kachua Live 365 " সত্যৰ সন্ধানত, জনতাৰ কাষত সদায় কচুৱা লাইভ আপোনাৰ লগত ”
(1)

18/08/2026

📌শিক্ষা মন্ত্ৰীৰ হাতেৰে উন্মোচন কবি সমৰাজ চৌহানৰ অসমীয়া প্ৰথম কাব্যগ্ৰন্থ "অপৰাজেয় অসম"

📌অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে গুৱাহাটীস্থিত চৰকাৰী কাৰ্যালয়ত সোমবাৰে উন্মোচন কৰে অসমীয়া কাব্যগ্ৰন্থ অপৰাজেয় অসম’।

17/08/2026

তেজপুৰৰ তিনিমাইলত কিশোৰীক নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য।

17/08/2026

২০২৬ বৰ্ষত নহয় কোনো নতুন নিযুক্তি    |   |   |
17/08/2026

২০২৬ বৰ্ষত নহয় কোনো নতুন নিযুক্তি

| | |

15/08/2026

স্বাধীনতা দিৱস উদযাপন কৰি বৃক্ষৰোপণ কাৰ্যসূচী শিঙিমাৰী আঞ্চলিক পৰিবহণ শ্ৰমিক সন্থা আৰু গাওঁৰক্ষী বাহিনীৰ ।

জাতীয় বিদ্যালয় কচুৱা তিনিআলিৰ ছাত্ৰ ফাৰহিদ আহমেদে ২০২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বৃহত্তৰ কচুৱা অঞ্চলৰ ভিতৰত সৰ্বাধিক ৯১ শ...
15/08/2026

জাতীয় বিদ্যালয় কচুৱা তিনিআলিৰ ছাত্ৰ ফাৰহিদ আহমেদে ২০২৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বৃহত্তৰ কচুৱা অঞ্চলৰ ভিতৰত সৰ্বাধিক ৯১ শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল।

15/08/2026
15/08/2026

কচুৱা লাইভ 365 ৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

14/08/2026

১৯৪৭-ৰ ভাৰত বিভাজনৰ ক'লা অধ্যায় ..... স্বাধীনতাৰ দুদিন আগত লাহোৰৰ পৰা অমৃতসৰ অভিমুখি ৰে'লখনত কি হৈছিল? অখণ্ড ভাৰতক বিভাজন কৰাৰ ষড়যন্ত্র কাৰ আছিল? ১৯৪৭ৰ বিভাজনৰ কৰুণ কাহিনীৰে এই প্রতিবেদন.....

স্বাধীনতা দিৱসত কোন মন্ত্ৰী ক'ত কৰিব পতাকা উত্তোলন।
14/08/2026

স্বাধীনতা দিৱসত কোন মন্ত্ৰী ক'ত কৰিব পতাকা উত্তোলন।

Address

Vill. Chankhula PO-Kachua PS-Kachua
Nagaon
782426

Alerts

Be the first to know and let us send you an email when Kachua Live 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kachua Live 365:

Shortcuts

Share