MB Live News

MB Live News Join MB LIVE NEWS at YouTube
https://www.youtube.com/-jz2vx
(1)

26/08/2026

নগাঁৱৰ সোণাইঘাট হাই স্কুলত বিশাল ড্ৰাগছ বিৰোধী সজাগতা সভা ও ৰেলী অনুষ্ঠিত l

26/08/2026

কাৰ্বি আংলং জিলাৰ মাঞ্জা , বৰজান পথত ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত ২,
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, ৪ জন।

26/08/2026

Axom Academy-ত হঠাৎ উত্তেজনাময় পৰিস্থিতি: ভাঙি-চিঙি লণ্ডভণ্ড কৰাৰ অভিযোগ l
অসমৰ এখন শিক্ষানুষ্ঠান Axom Academy-ত হঠাতে সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি।

26/08/2026

চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।

25/08/2026

চামগুৰি সমষ্টিৰ গড়াজান ব্লক যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৫৮ নং বিধানসভা সমষ্টিৰ যুৱ সন্মিলন অনুষ্ঠিত l

25/08/2026

নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত ঔষধ পৰিদৰ্শকৰ অভিযান।
ড্ৰাগছ ডিষ্ট্ৰিবিউটৰসমূহত অভিযান চলাই বিসংগতিৰ তথ্য লাভ কৰে ঔষধ পৰিদৰ্শকে।

25/08/2026

নগাঁৱৰ দাঁতি-কাষৰীয়া সোণাইঘাট চলচলি অঞ্চলত ড্ৰাগছৰ ঘাটি l
বৰবিষ ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে মৃত্যু হৈছে বহু যুৱক যুৱতীৰ l

25/08/2026

মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই...
মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।"
অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।

24/08/2026

নগাঁও লোকসভা সমষ্টিত AIUDF দলৰ পৰা উপ নিৰ্বাচন খেলাৰ মন মেলিছে আনোৱাৰ হুছেইনে।
বদৰ উদ্দিন আজমলে যদি নিজে খেলে মোৰ কোনো আপত্তি নাই ।

24/08/2026

ৰূপহী হাটৰ আশীঘৰ 200 নং অংগনবাদী কেন্দ্ৰত চৰম দুৰ্নীতিৰ অভিযোগ।
অংগনবাদী কৰ্মী ৰুবিয়া খাতুনৰ বিৰুদ্ধে ৰাইজে উত্থাপন কৰিছে এই অভিযোগ।

Address

Singimari
Nagaon

Website

Alerts

Be the first to know and let us send you an email when MB Live News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share