N L Assam 24

N L Assam 24 আমি সদায়ে নিৰপেক্ষ
(1)

30/08/2026

📌মৰিগাঁৱৰ ধৰমতুলত এক মহিলা ড্ৰাগছ সৰবৰাহ কাৰী আটক

30/08/2026

📌ননৈ মহাবিদ্যালয়ত নগাঁও জিলা সাহিত্য সভাৰ ষষ্ঠ সংখ্যক কাৰ্যনিৰ্বাহক সভা

📌নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ত নগাঁও জিলা সাহিত্য সভাৰ ষষ্ঠ সংখ্যক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

30/08/2026

📌লাহৰীঘাট সমবায় সমিতিৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

30/08/2026

📌Doboka Troll গেটত নিশা উত্তপ্ত পৰিস্থিতি...

📌 ব্যৱহাৰ নজনা কৰ্মচাৰীয়ে ভৰি পৰিছে এতিয়া Doboka Troll Gate

📌Troll ৰ কৰ্মচাৰী হৈওঁ যাত্ৰীক ধমক দিবলৈ ভয় নকৰে এই কেইজন কৰ্মচাৰী

30/08/2026

📌 এদিনৰ বাবে গাঁওবুঢ়া হল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

📌 শ্বিলং ৰেজিমেন্টত সন্মান মুখ্য মন্ত্ৰীগৰাকীক

29/08/2026

📌ৰে’লৰ বিদ্যুৎ পৰিবাহী খুঁটাত উঠিল এগৰাকী মহিলা
📌ৰহাৰ চাপৰমুখ জংচনৰ প্লেটফৰ্মত শনিবাৰে পুৱাই লাগিল হুৱাদুৱা আৰু সৃষ্টি হয় চাঞ্চল্যৰ
📌 বৈদ্যুতিক খুঁটাৰ ওপৰত মহিলাগৰাকীক দেখি প্লেটফৰ্মত লাগিল হুৱাদুৱা

29/08/2026

📌ৰাঙলু আৰক্ষীৰ বৃহৎ সফলতা৷

📌নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত পুৰণা বজাৰৰ সমীপৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ ক্ৰয়-বিক্ৰয় কৰি থকা অৱস্থাতে হাতেলোঁতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

29/08/2026

📌জুৰীয়া আৰক্ষীৰ সফল অভিযান, ৬খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৪ কুখ্যাত চোৰ

📌এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে থানাখনৰ অন্তৰ্গত বিভিন্ন স্থানত চলাইছিল অভিযান।

29/08/2026

📌লাহৰিঘাটৰ তিনিচুকীয়াত এক গাঞ্জা সৰবৰাহ কাৰী আটক

28/08/2026

📌হিজাবক কেন্দ্ৰ কৰি কাছাৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতিৰ বুজ লবলৈ বিধায়ক জুবেইৰ আনমৰ সৈতে আৰক্ষীৰ হতাহতি। NSUIৰ প্ৰতিবাদত ভাগ লবলৈ যোৱা বিধায়কগৰাকীক বাধা দিয়াৰ চেষ্টা।

Address

Nagaon
782003

Telephone

+18486677890

Website

Alerts

Be the first to know and let us send you an email when N L Assam 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to N L Assam 24:

Shortcuts

Share