PRIME NOW

PRIME NOW A Step Ahead

01/04/2026

পূৰ্বৰ চৰকাৰে আওকাণ কৰা কৃষকক বিজেপি চৰকাৰে দিলে শস্যৰ উচিত দাম আৰু প্ৰকৃত সন্মান

22/03/2026

অসমৰ বীৰ সন্তান লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰা আৰম্ভ কৰি ১১ হাজাৰ+ শিল্পীৰ বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়াৰ পাছত গুৰুজনাৰ পবিত্ৰ বস্ত্ৰ অসমলৈ ঘূৰাই আনিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ বিজেপি চৰকাৰ

17/03/2026

৪০ লাখ মহিলাক ১০ হাজাৰ টকা, ৩৮ লাখ মহিলাক বছৰি ৯৫ হাজাৰ টকা আৰু ১০ লাখ ছাত্ৰীক প্ৰতিমাহে ১০০০–২৫০০ টকাৰ জলপানী প্ৰদানেৰে নাৰী সবলীকৰনৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে দৃঢ় পদক্ষেপ

15/03/2026

অত্যাধুনিক আন্ত:গাঁথনিৰে বিশ্বমানৰ টাৰ্মিনেল, বগীবিল দলং আৰু প্ৰথমখন এইমছ নিৰ্মাণেৰে বিজেপিয়ে পূৰণ কৰিছে বিকাশৰ প্ৰতিজ্ঞা

13/03/2026

চাহ জনগোষ্ঠীৰ লোকক ভূমি পট্টা আৰু বিত্তীয় সাহায্য প্ৰদান তথা চাকৰিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰি বিজেপি চৰকাৰে প্ৰকৃততে অসমবাসীক প্ৰদান কৰিছে সুৰক্ষা

11/03/2026

পকী ঘৰ, সুলভ মূল্যত খাদ্য সামগ্ৰী আৰু বিনামূলীয়া চিকিৎসা প্ৰদানেৰে অসমৰ প্ৰতিগৰাকী নাগৰিকক সুৰক্ষা দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰ

09/03/2026

মুখ্যমন্ত্ৰীক এবাৰ চোৱাৰ হেঁপাহত ঢপলিয়াই অহা জনতাই আগতীয়াকৈ উমান দিছে-আকৌ এবাৰ বিজেপি চৰকাৰ

08/03/2026

চকুৰে নমনালৈ কেৱল মানুহ আৰু মানুহ, বিজেপৰ জন আশীৰ্বাদ যাত্ৰা পৰিনত হৈছে জন সমূদ্ৰত

03/03/2026

কংগ্ৰেছ চৰকাৰৰ দিনত বঞ্চনা,শোষনৰ বলি হোৱা নাৰীসমাজৰ উপেক্ষাৰ পৰা বিজেপিৰ সময়ত লাভ কৰা সন্মান তথা মৰ্যাদালৈকে-সৰ্বত্ৰে পৰিৱৰ্তন স্পষ্ট


03/03/2026

"জনতাৰ অসাধাৰণ মৰমত অভিভূত মুখ্যমন্ত্ৰী।
নতুন চিন্তাৰে, নতুন অসম গঢ়িবলৈ Gen-Z ৰ ভৰসা

হিমন্ত বিশ্ব শৰ্মা
"

Address

Nagaon

Alerts

Be the first to know and let us send you an email when PRIME NOW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PRIME NOW:

Share