News frist Johar Present's

News frist Johar Present's JOHAR
Jai Adivasi
জয় আই অসম ৷

20/09/2025

Celebrating my 6th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

20/09/2025

#অবিশ্বাস্য_যদিও_সত্য
" #হে_মৰ_আদিবাসী_ৰে_ভাই_মান_কা_কাৰলাই...
#জাগাৰে_আদিবাসী_মৰে_ভাই_মান...
#উঠা_ৰে_আদিবাসী_মৰে_ভাই_মান..." 🎶

"হে মৰ আদিবাসী ৰে ভাই মান..." গীতখন আদিবাসী সমাজৰ হৃদয়ত চিৰস্মৰণীয় হৈ থাকিব।

অসমৰ সংগীত জগতৰ জনপ্ৰিয় নক্ষত্র জুবিন গাৰ্গৰ অকাল প্ৰয়াণত শোকত স্তব্ধ আমি। 💔
তেওঁৰ কণ্ঠ কেৱল এটা গান নহয়, ই আছিল অসংখ্য হৃদয়ৰ সুৰ, আশাৰ প্ৰতিধ্বনি।

আদিবাসী জনগোষ্ঠীৰ জীৱনসংগ্ৰাম আৰু জাগৰণক প্ৰতিফলিত কৰা এই অমূল্য গীতটি
চিৰদিনৰ বাবে সমাজৰ পথনিদৰ্শক হৈ থাকিব।
Mise you Zubeen daa

आज 30 June हल दिवस है। इस दिन, 1857 के सिपाही विद्रोह से पहले झारखंड में अंग्रेजों के खिलाफ जो ब्रिटिश औपनिवेशिक शासन के...
30/06/2025

आज 30 June हल दिवस है।

इस दिन, 1857 के सिपाही विद्रोह से पहले झारखंड में अंग्रेजों के खिलाफ
जो ब्रिटिश औपनिवेशिक शासन के खिलाफ लड़ने वाले सिद्धू, कान्हू, चांद, भैरव, फूल और झानू मुर्मू को हार्दिक श्रद्धांजलि है। अंग्रेजों के खिलाफ लड़ते हुए 30,000 से अधिक आदिवासी लोगों ने अपने प्राणों की आहुति दी थी। मैं इस दिन अपने अधिकारों के लिए अपने प्राणों की आहुति देने वाले इन आदिवासियों को श्रद्धांजलि अर्पित करता हूँ।









18/06/2025

আজি ইং ১৮ জুন ২০২৫ ।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ( AASAA)-ৰ নেতৃত্বত গুৱাহাটীত ৩ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি, এছ,টি ( S.T.) স্বীকৃতি,( জনজাতিকৰণ), ভূমিৰ অধিকাৰ আৰু খিলঞ্জীয়াৰ জীৱনৰ মানদণ্ডৰ বিভিন্ন দাবীত তীব্ৰ প্ৰতিবাদ ।

जय जौहर,जय बिरसा मुंडा.महान स्वतंत्रता सेनानी, चिरस्मरणीय आदिवासी नेता और वीर योद्धा बिरसा मुंडा आज भी हर भारतीय के दिल ...
09/06/2025

जय जौहर,
जय बिरसा मुंडा.

महान स्वतंत्रता सेनानी, चिरस्मरणीय आदिवासी नेता और वीर योद्धा बिरसा मुंडा आज भी हर भारतीय के दिल की धड़कन में अमर हैं।

राष्ट्रीय शहीद और आदिवासियों के भगवान बिरसा मुंडा की आज पुण्यतिथि है। मैं उन्हें कोटि-कोटि नमन दे रहा हूँ ।

#बिरसामुंडा









20/04/2025

আদিবাসীৰ হিয়াৰ আমঠু্
জলন্ত প্ৰদীপ বলিষ্ঠ কন্ঠ,
প্ৰদীপ নাগ আদিবাসীৰ বাঘ,
আদিবাসীৰ ওপৰত হোৱা
অন্যায়, অত্যাচাৰ,ঠগ, প্ৰৱন্চ্ক
শোষিত লানচিতৰ আছিলা মাত,
নানা জাতি,উপজাতিৰ ছাত্ৰৰ ছায়া
আমি বুজিব নোৱাৰিলো ঈশ্বৰৰ মায়া।
হেৰুৱাই পেলালো অমূল্য ৰত্ন,
আমাৰ তু সন্দেহ হৈছে তুমাৰ মৃত্যুত আছে কাৰুবাৰ হাত,
যেনেকৈ কৈ গৈছিল তৰুণ গগৈৰ মাত।
স্বৰ্গত লগ পালে সুধি লবা জাষ্টিন লাক্ৰাক,আৰু ছিলবিউছ কন্দপানক,
কি? হ'ব এতিয়া আধিবাসীৰ গতি
৫ পাচ কে: জি চাউল পোৱাৰ আশাত হেৰুৱাই পেলাইছে নিজৰ মতি।
কোনে হব এতিয়া আদিবাসীৰ নাগ।
কোনে মাতিব এতিয়া S.T. S.C পোৱাৰ মাত।
চৰকাৰে বিছাৰি পালে নিজৰ পথ।
আদিবাসী হ'ল আজি শেষ নিস্তব্ধ।
স্বদেশ-স্বভাষাৰে আছা ৰ জুৰিৰে সজাইছিলা সমাজৰ জীৱন।
চকূৰ চকলোৰে সোঁৱৰিছো আজি।
তোমাক দিবলৈ একো নাই আমাৰ হাতত।
জীয়ায় ৰাখিম আমি তুমাক নিজৰ হৃদয়ত।
যদিও নাই তুমি আজি আমাৰ মাজত,,,,,,,,,,,,

শ্ৰী ভোলা পানিকা
বাহিপুখুৰি চাহ বাগিছা।
সদৌ অসম পানিকা সমাজৰ হৈ
এই কবিতা খন শ্বহীদ প্ৰদিপ নাগৰ নামত উৎসৰ্গিত কৰিলো।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহাশয়,অসম চৰকাৰ।আমাৰ বিনম্ৰ অনুৰোধ যে বহু বছৰ ধৰি আদিবাসী সমাজৰ কল্যাণৰ বাবে...
11/03/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহাশয়,অসম চৰকাৰ।

আমাৰ বিনম্ৰ অনুৰোধ যে বহু বছৰ ধৰি আদিবাসী সমাজৰ কল্যাণৰ বাবে নিজৰ জীৱন উছৰ্গা কৰা আছা্ 'ৰ সভাপতি শ্ৰীযুত প্ৰদীপ নাগ ডাঙৰীয়াই বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তেখেতৰ উন্নত চিকিৎসাৰ বাবে আপোনাৰ তৎক্ষণাত হস্তক্ষেপ অতি প্ৰয়োজনীয়।

প্ৰদীপ নাগৰ সমাজৰ বাবে অৱদান অপূৰণীয়। এনে এজন সমাজ হিতৈষী ব্যক্তিৰ জীৱন ৰক্ষা কৰিবলৈ আপোনাৰ সহায় একান্তই কাম্য।

আপোনাৰ সহানুভূতি পূৰ্ণ পদক্ষেপে সমাজৰ বাবে এক বিশাল দায়িত্ব পালন কৰাৰ লগতে এগৰাকী সমাজ সেৱকক পুনৰ নতুন জীৱন দিব।


Himanta Biswa Sarma










20/01/2025

Come One Come all 20th Adivasi Mahasabha at Udalguri. Assam 2025

11/09/2024

JOHAR :- সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নগাঁও জিলা সমিতিৰ উদ্যোগত ও আমনি স্থানীয় ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱটিত সকলো ৰাইজক আদৰণি জনালোঁ।

16/12/2023

Arunachal ker Disel Gari Sadri Hit song// Singer Micheal Parhor live show progm.2023

08/12/2023
1971 के भारत-पाकिस्तान युद्ध में सीने में दो बार घायल होने के बावजूद बंकरों को नष्ट करके पाकिस्तान को हराने वाले भारतीय ...
08/12/2023

1971 के भारत-पाकिस्तान युद्ध में सीने में दो बार घायल होने के बावजूद बंकरों को नष्ट करके पाकिस्तान को हराने वाले भारतीय आदिवासी नायक लांस नायक अल्बर्ट एक्का को सर्वोच्च सैन्य पुरस्कार परमवीर चक्र से सम्मानित किया गया था।
हम आपको श्रद्धांजलि अर्पित करते हैं ৷
💐🙏💐
,
,

Address

AMONI TO SALONA
Nagaon
782139

Alerts

Be the first to know and let us send you an email when News frist Johar Present's posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News frist Johar Present's:

Share